DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2022 7:24 am
দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়
183
VIEWS
Share on FacebookShare on Twitter

অৱশেষত দৰে-দামে মিলিল আৰু টুইটাৰ (Twitter) কিনিয়েই পেলালে আমেৰিকাৰ ধনকুবেৰ এলন মাস্কে। মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ ক্ৰয় কৰোতে মাস্কৰ ব্যয় হ’ল নগদ ৪,৪৪০ কোটি ডলাৰ।

ভাৰতীয় মুদ্ৰাত প্ৰায় ৩,৩৬,৯৪১ কোটি ২২লাখ টকাত এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰ। তেওঁ এই অংশীদাৰিত্ব ক্ৰয় কৰাৰ বাবে সম্পূৰ্ণ টকা নগদ আদায় দিছে।

লগতে পঢ়ক: প্ৰত্যুত্তৰ! এইবাৰ জাৰ্মানীৰ ৪০জন কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

টুইটাৰ বোৰ্ডৰ ফালৰ পৰা ব্ৰেট টেলৰে জানিবলৈ দিয়ে যে দীঘলীয়া বৈঠকত এলন মাস্কৰ প্ৰস্তাৱটো ফহিয়াই চোৱা হয়। মাস্কৰ প্ৰস্তাৱটো সঠিক বুলি সিদ্ধান্ত লোৱা হয়। টুইটাৰৰ প্ৰতিগৰাকী অংশীদাৰীৰ বাবে আটাইতকৈ ভাল উপায় হিচাপে বিবেচনা কৰা হৈছে।

টুইটাৰৰ মুখ্য কাৰ্যবাহী পৰাগ আগৰৱালে কয়, ‘’টুইটাৰৰ এটা উদ্দেশ্য আৰু প্ৰাসংগিকতা আছে। ই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰে। আমাৰ গোটেই দলটোৰ বাবে মই বৰ গৌৰৱ অনুভৱ কৰিছো।‘’

উল্লেখ্য যে কিছুদিন পূৰ্বে এলন মাস্কে প্ৰায় ২২হাজাৰ কোটি ডলাৰৰ বিনিময়ত টুইটাৰৰৰ ৯.২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। এইবাৰ সম্পূৰ্ণ মালিকীস্বত্বই তেওঁ ল’লে।

লগতে পঢ়ক: দেশৰ উঠি অহা প্ৰজন্মক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শিক্ষা দিব নিবিচাৰে নেকি মোদী চৰকাৰে?

এলন মাস্কে জনায় যে টুইটাৰৰ অংশীদাৰিত্ব ক্ৰয়ৰ সময়তে তেওঁ ভাৱিছিল যে টুইটাৰ গোটেই বিশ্বতে বাক্ স্বাধীনতাৰ প্ৰধান মাধ্যম হৈ উঠিব। কিন্তু বিনিয়োগৰ পিছত তেওঁ হেনো উপলব্ধি কৰিছে যে বৰ্তমান সময়ত টুইটাৰৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে ব্যক্তিগত মালিকীস্বত্বৰ কোম্পানী হিচাপে ইয়াৰ পৰিৱৰ্তন কৰাই এতিয়া তেওঁৰ লক্ষ্য।  

Recent News

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd