• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত চৰকাৰৰ নিৰ্দেশ! একাউণ্ট বন্ধ কৰিও বিৰোধিতা মাস্কৰ সংস্থাৰ; ক’লে মত প্ৰকাশৰ স্বাধীনতাৰ কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2024 11:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাতৰি অনুসৰি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে মাইক্ৰ’ব্লগিং চাইট এক্সক কিছুমান একাউণ্ট আৰু পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে। ইলন মাস্কৰ নেতৃত্বৰ সংস্থাটোৱে এই কথা সদৰী কৰিছে। তেওঁলোকে লগতে এই দাবীৰ সৈতে একমত নহয় আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ভিত্তিত পোষ্টসমূহ ব্লক কৰা উচিত নহয় বুলিও উল্লেখ কৰে।

এক্সৰ গ্ল’বেল গভৰ্ণমেণ্ট এফেয়াৰ্ছ টিমে কয় যে আইনী বাধাৰ বাবে তেওঁলোকে কেন্দ্ৰৰ নিৰ্দেশসমূহ প্ৰকাশ কৰিব নোৱাৰে। কিন্তু তেওঁলোকে এইটোও কয় যে তেওঁলোকে “স্বচ্ছতাৰ স্বাৰ্থত সেইবোৰ জনসাধাৰণৰ মাজলৈ অনাটো অতি প্ৰয়োজনীয় বুলি বিশ্বাস কৰে”। মাজনিশা এক্সৰ এটা পোষ্টত উত্থাপিত এই অভিযোগৰ প্ৰতি এতিয়াও কোনো সঁহাৰি দিয়া নাই কেন্দ্ৰই।

লগতে পঢ়কঃ মৃত্যু কৃষক-আৰক্ষী কৰ্মীৰ; ২ দিনৰ বাবে স্থগিত কৃষকৰ ‘দিল্লী চলো’ অভিযান

Apply Now

পোষ্টটোত কোৱা হৈছে যে `ভাৰত চৰকাৰে কাৰ্যবাহী আদেশ জাৰি কৰিছে যে এক্সে কিছুমান একাউণ্ট আৰু পোষ্টৰ ওপৰত ব্যৱস্থা ল’ব লাগিব, যাৰ বাবে যথেষ্ট জৰিমনা আৰু কাৰাদণ্ডকে ধৰি সম্ভাৱ্য শাস্তিৰ সন্মুখীন হ’ব লাগিব।‘

তেওঁলোকে লগতে লিখিছে যে, ‘আদেশ মানি চলি আমি এই একাউণ্ট আৰু পোষ্টসমূহ কেৱল ভাৰততে স্থগিত ৰাখিম; কিন্তু এই পদক্ষেপসমূহৰ সৈতে আমি একমত নহয় আৰু এই পোষ্টসমূহত মত প্ৰকাশৰ স্বাধীনতা থাকিব লাগে’।

লগতে পঢ়কঃ আইন উলংঘা কৰি গুজৰাটলৈ নিয়া হৈছে ত্ৰিপুৰাৰ হাতী; বিতৰ্কত আম্বানীৰ এন জি অ’

টুইটাৰত কৰা এই পোষ্টটোত লগতে কোৱা হৈছে যে `আমাৰ স্থিতিৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে ভাৰত চৰকাৰৰ ব্লক অৰ্ডাৰক প্ৰত্যাহ্বান জনোৱা ৰিট আৱেদন বাকী আছে। আমি আমাৰ নীতি অনুসৰি এই কাৰ্য্যসমূহৰ দ্বাৰা প্ৰভাৱিত ব্যৱহাৰকাৰীসকলক অৱগত কৰিছো’।

The Indian government has issued executive orders requiring X to act on specific accounts and posts, subject to potential penalties including significant fines and imprisonment. 

In compliance with the orders, we will withhold these accounts and posts in India alone; however,…

— Global Government Affairs (@GlobalAffairs) February 21, 2024

২০২১ চনত এই জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ নাম আছিল টুইটাৰ আৰু ই এক বেলেগ নেতৃত্বৰ অধীনত আছিল। সেই সময়তো তেওঁলোকে কেন্দ্ৰৰ নিৰ্দেশনাত আপত্তি কৰিছিল আৰু ‘মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি সম্ভাৱ্য ভাবুকি’ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল। তেতিয়া চৰকাৰে প্লেটফৰ্মটোক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ওচৰত “চৰ্ত নিদিয়াকৈ দেশৰ আইন মানি চলিবলৈ” কৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd