• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভয়াৱহ ঘটনা! আত্মঘাটি বোমাৰুৱে প্ৰাণ ল’লে ১০জনকৈ নিৰীহ লোকৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকাৰ ছোমালিয়াত সংঘটিত হৈছে এটা ভয়াৱহ ঘটনা।

গৃহযুদ্ধৰে জৰ্জৰিত দেশখনৰ ৰাজধানী মগাডিশ্বুত শনিবাৰে এজন আত্মঘাটি বোমাৰুৱে কমেও ১০ জন লোকৰ প্ৰাণহানি কৰে।

Apply Now

চৰকাৰী পক্ষই জনোমাতে, আল শ্বাবাব নামৰ সশস্ত্ৰ ইচলামিক সংগঠনটোৱে দেশখনৰ দুটাকৈ সেনাবাহিনীৰ চাউনিত আক্ৰমণ কৰাৰ কিছু ঘণ্টাৰ পাছতে ৰাজধানীত এই আক্ৰমণ সংঘটিত হয়।

দেশখনৰ তথ্যসংযোগ মন্ত্ৰী ইছমাইল মুখতাৰ ওমৰে ৰয়টাৰ্ছক জনোৱামতে, এজন আত্মঘাটী বোমাৰুৱে এখন চাহৰ দোকানৰ কাষতে বিস্ফোৰণটো সংঘটিত কৰে।

১০জন লোকে প্ৰাণ হেৰোৱাৰ বিপৰীতে কেইবাজনো লোক বিস্ফোৰণটোত আঘাতপ্ৰাপ্ত হয়।

অৱশ্যে ঘটনাটোক লৈ উগ্ৰপন্থী সংগঠন আল শ্বাবাবৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে কোনো বিবৃত্তি অহা নাই।

তেওঁলোকে ঘটনাটোৰ পূৰ্বে মগাডিশ্বু চহৰৰ বাহিৰত থকা বাৰিৰে আৰু আওধিগলে নামৰ সেনা চাউনিত আক্ৰমণৰ স্বীকাৰ কৰিছিল।

সেনাবাহিনীয়ে কোৱামতে, আক্ৰমণ দুটাত দুয়োপক্ষৰে কেইবাজনো সদস্যই প্ৰাণ হেৰুৱাইছে আৰু বৰ্তমান পৰিস্থিতি শান্ত।

উল্লেখযোগ্য যে আল শ্বাবাব হৈছে ইছলামিক উগ্ৰপন্থী সংগঠন আল-কায়দাৰ এটা সহযোগী সংগঠন।

সংগঠনটোৱে ছোমালিয়াত বছৰ বছৰধৰি কট্টৰ ইছলামিক আইনৰ প্ৰৱৰ্তনৰ দাবীত সন্ত্ৰাস চলাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd