DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা, এইবাৰ এনকাউণ্টাৰৰ বলি ড্ৰাগছ সৰবৰাহকাৰী

কাজী জেইদুল ইছলাম, বিশ্বনাথ by কাজী জেইদুল ইছলাম, বিশ্বনাথ
December 18, 2021 8:33 am
Encounter in Assam
172
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত এতিয়া এনকাউণ্টাৰ এক ফেশ্যনত পৰিণত হৈছে। এইবাৰ বিশ্বনাথত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ এজন ফকিৰ আলী এইবাৰ এনকাউণ্টাৰৰ বলি হৈছে।

বিশ্বনাথ জিলা আৰক্ষীয়ে এই পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও প্ৰাপ্ত তথ্য অনুসৰি পুৱতি নিশা প্ৰায় ২.৩০ বজাত বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলৰ পিস্টলৰ গুলীত গুলীবিদ্ধ হ’ল ফকিৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীজন।

উল্লেখ যে যোৱা কালি বিয়লি বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰীকাৰী দলে গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ চাৰিআলি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ ড্ৰাগছ পেডেলাৰ। যুৱক দুজনক ইনামূল হক আৰু ফকিৰ আলী বুলি চিনাক্ত কৰা হৈছিল।

প্ৰাপ্ত তথ্য মতে যোৱা নিশা বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰী দলে বিশ্বনাথৰ বিভিন্ন স্থানত অবৈধ ড্ৰাগছৰ সৈতে জড়িত লোক সকলৰ বিৰুদ্ধে ফকিৰ আলীক লগত লৈ অভিযান চলাইছিল।তাৰ পিছতে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অৱশ্যে কি কাৰণত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত তাৰ সবিশেষ তথ্য এই পৰ্যন্ত জানিব পৰা নাই। ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনৰ এটা ভৰিত গুলীবিদ্ধ হোৱা খবৰ পোৱা গৈছে।

ইতিমধ্যে ফকিৰ আলীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজত নিয়া হৈছে বুলি জানিব পৰা গৈছে।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd