DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউন: এইবাৰ ইনষ্টাগ্ৰামত উপভোগ কৰিব পাৰিব তাৰকা শিল্পীৰ ৰঙালী বিহু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2020 6:56 pm
Enjoy Rongali Bihu via Instagram during lockdown
655
VIEWS
Share on FacebookShare on Twitter

ৰঙালী বিহু অসমৰ সমাজৰ বাবে জীৱনৰেখাসদৃশ। কিন্তু এইবাৰ কৰ’নাভাইৰাছৰ আতংকৰ বাবে বিহু উদযাপন বাতিল কৰিব লগা হৈছে।

এনে সময়তে আৰ্থ—আৰ্ট ফৰ হিউমেনিটি নামৰ দিল্লীৰ বেচৰকাৰী সংস্থা এটাই এইবাৰ ইনষ্টাগ্ৰামতে বিহু উদযাপনৰ ব্যৱস্থা কৰিছে।

আন এটা সংস্থা ষ্ট’ৰিৱিভাৰ্ছেও এই আয়োজনলৈ সমৰ্থন আগবঢ়াইছে।

মাধুৰিমা চৌধুৰী, তনভি শৰ্মা, মৃদুস্মিতা দাস বৰা, ভৃগু কাশ্যপ, ৰিতৃশা শৰ্মা, অনন্যা কাশ্যপ, সুকন্যা বৰুৱা আৰু নীলাক্ষী নেওগ আদি বহু তাৰকা শিল্পীয়ে এই প্ৰচেষ্টালৈ সঁহাৰি আগবঢ়াইছে।

#BihuSocial নামৰ এইধৰণৰ প্ৰথম অনুষ্ঠানটোৱে বিহু গীত, বিহু নাচ, ঢোলবাদন, বিহু কুঁৱৰী আৰু জনপ্ৰিয় শিল্পীসকলকৰ গীত আদি দৰ্শকলৈ আগবঢ়াব।

আৰ্থৰ ইনষ্টাগ্ৰাম পেজত বিহুৰ এই উদযাপন অনুষ্ঠিত হ’ব। আৰ্থে কৰ’নাভাইৰাছৰ বিৰুদ্ধে সাৱধানতাৰ অংশৰূপে সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

২০১৮ চনৰ জানুৱাৰিত ৰিতিজ কাশ্যপ আৰু ইৰফান খানে আৰ্থ—আৰ্ট ফৰ হিউমেনিটি আৰম্ভ কৰিছিল।

প্ৰীতীষা বৰঠাকুৰ আৰু ঋষি পাওলাই ২০১৯ চনত ষ্ট’ৰিৱিভাৰ্ছ প্ৰতিষ্ঠা কৰিছিল।

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd