• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মানি চলক ক’ভিদ প্ৰট’কল, নহ’লে বাতিল কৰক ভাৰত জোড়ো যাত্ৰা: ৰাহুল গান্ধীলৈ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 5:02 pm
Bharat Jodo Yatra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা এই যাত্ৰাই ইতিমধ্যে তিনিমাহ অতিক্ৰম কৰিছে। দলটোৰ এই কাৰ্যসূচীয়ে লাভ কৰিছে ব্যাপক জনসমৰ্থন। গান্ধীৰ প্ৰতি সমৰ্থন আগবঢ়াই বিপুল সংখ্যক লোক অংশগ্ৰহণ কৰিছে ভাৰত জোড়ো যাত্ৰাত।

পিছে এই জনসমৰ্থনৰ মাজতে ৰাহুল গান্ধীয়ে লাভ কৰিছে এক বিশেষ নিৰ্দেশনা। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই গান্ধীলৈ এক পত্ৰ যোগে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। পত্ৰ যোগে মালব্যই ৰাহুল গান্ধীক ‘ভাৰত জোডো যাত্ৰা’ত ক’ভিদ প্ৰট’কল পালন কৰিবলৈ অনুৰোধ জনাইছে।

Apply Now

যদি যাত্ৰাৰ সময়ত ক’ভিদ প্ৰট’কল অনুসৰণ নকৰে, তেতিয়া ৰাষ্ট্ৰীয় স্বাৰ্থত যাত্ৰা স্থগিত ৰাখিব লাগে বুলিও পত্ৰত উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে মালব্যৰ এই নিৰ্দেশনাৰ পাছতে কংগ্ৰেছে এই প্ৰট’কল কেনেধৰণৰ সেই সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখ্য যে ভাৰতত বৰ্তমান কোনো ধৰণৰ ক’ভিদ প্ৰট’কল কাৰ্যকৰী হৈ থকা থকা নাই। দেশত ক’ভিদৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে ক’ভিদৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা সকলো নিষেধাজ্ঞা ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে।

অৱশ্যে শেহতীয়াকৈ চীনত পুনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা আতংকৰ পৰিণতিত স্বাস্থ্য মন্ত্ৰালয়ৰ নেতৃত্বত গঠিত বিশেষজ্ঞ গোটে অত্যধিক জনসমাগম হোৱা অঞ্চলত মাস্ক ব্যৱহাৰৰ বাবে পৰামৰ্শ জাৰি কৰিছে আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও চৰকাৰে উল্লেখ কৰিছে।

ৰাহুল গান্ধীলৈ লিখা পত্ৰখনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মালব্যই কয়, ” মই ৰাহুল গান্ধীক অনুৰোধ কৰিছো যে পদযাত্ৰাৰ সময়ত মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰকে ধৰি অন্যান্য ক’ভিদ প্ৰট’কল কঠোৰভাৱে পালন কৰা হওক আৰু কেৱল টিকাকৰণ কৰাসকলকহে যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ দিয়া হওক।”

“যদি এই ক’ভিদ প্ৰট’কল মানি চলিব নোৱাৰি, তেন্তে জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আৰু দেশক ক’ভিদ মহামাৰীৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থত ‘ভাৰত জোড়ো যাত্ৰা’ স্থগিত ৰাখিবলৈ অনুৰোধ জনালো।”— পত্ৰখনত লগতে এইদৰে উল্লেখ কৰা হৈছে।

আনহাতে এই পত্ৰৰ প্ৰতি সঁহাৰি দি কংগ্ৰেছে শেহতীয়াকৈ গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ আৰু বিজেপিৰ চলি থকা পদযাত্ৰাৰ বাবে এনে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল নেকি বুলি প্ৰশ্ন তুলিছে। অৱশ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd