• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ সকলো ৰে’ল ষ্টেশ্যনতে এইবাৰ প্লাষ্টিকৰ সলনি মাটিৰ কাপত বিক্ৰী হ’ব চাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 30, 2020 10:00 am

1 min read

unnamed

প্ৰতিনিধিত্বমূলক ফটো।

1.7k
VIEWS
Share on FacebookShare on Twitter

প্লাষ্টিকৰ কাপক বিদায় দি দেশৰ সকলো ৰে’ল ষ্টেশ্যনতে এইবাৰ মাটিৰ কাপতে বিক্ৰী হ’ব চাহ। দেওবাৰে ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে এই কথা জানিবলৈ দিয়ে। পৰিৱেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰত সৰ্বসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবেই এনে প্ৰচেষ্টা লোৱা বুলি কোৱা হৈছে।

ৰাজস্থানৰ আলৱাৰ জিলাৰ ধীগাৱায়াৰ-বান্দিকুই ছেকশ্যনৰ ইলেকট্ৰিক লাইনত ৰে’ল পৰিসেৱা উদ্বোধন কৰি ৰে’ল মন্ত্ৰী গৰাকীয়ে কয় যে ৰে’ল ষ্টেশ্যনসমূহত ইমানদিনে প্লাষ্টিকৰ কাপত চাহ বিক্ৰী হৈছিল। দেশৰ চাৰিশটা ষ্টেশ্যনত মাটিৰ পাত্ৰত চাহ বিক্ৰী কৰা হৈছে। কিন্তু এইবাৰৰ পৰা সকলোতে কেবল মাটিৰ পাত্ৰতহে চাহ বিক্ৰী কৰিব পাৰিব।

দেশক প্লাষ্টিকমুক্ত কৰাৰ  প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় ৰে’ল বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

ৰে’লমন্ত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত কেন্দ্ৰৰ ফালৰ পৰাই প্ৰতিটো ষ্টেশ্যনলৈ এই মাটিৰ পাত্ৰসমূহ যোগান ধৰা হ’ব বুলি জানিবলৈ দিয়ে।

য’তে ত’তে প্লাষ্টিক পেলোৱাৰ ফলত যিদৰে ষ্টেশ্যনসমূহ লেতেৰা হৈ পৰে, সেইদৰে পৰিৱেশৰো ক্ষতি হয়। সেয়েহে, স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আৰু ক নতুন পদ৭এপ গ্ৰহণ কৰিলে ৰে’ল মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে, কেতিয়াৰ পৰা দেশৰ সকলো ষ্টেশ্যনতে মাটিৰ কাপত চাহ বিক্ৰী আৰম্ভ হ’ব সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd