• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পৰিৱেশ আৰু জলবায়ুকৰ্মী গ্ৰেটা থানবাৰ্গক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2023 9:21 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কয়লা খননৰ বাবে জাৰ্মানীত চলিছে বন ধ্বংসৰ যজ্ঞ। এই কয়লা খনি সমূহৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে বিশ্বৰ পৰিৱেশকৰ্মী সকল। পশ্চিম কলন চহৰত কয়লা খনি বন্ধ কৰাৰ বিৰুদ্ধে পৰিৱেশবিদৰ কেইবাটাও দলে নতুনকৈ প্ৰতিবাদ আৰম্ভ কৰিছে। জাৰ্মানীৰ স্থানীয় প্ৰশাসনে এই প্ৰতিবাদ বন্ধ কৰিবৰ বাবে হাতত লৈছে কঠোৰ পন্থা।

ছুইডেনৰ জলবায়ু কৰ্মী গ্ৰেটা থানবাৰ্গে ১৪ জানুৱাৰীত জাৰ্মানীৰ কয়লা খনন বিৰোধী আন্দোলনত অংশগ্ৰহণৰ বাবে কেইবাখনো পৰিত্যক্ত গাঁওখন ভ্ৰমণ কৰিছিল। তেওঁ কয় যে জাৰ্মান চৰকাৰলৈ মোৰ আহ্বান যে ইয়াত যি ঘটি আছে সেয়া তৎক্ষণাত বন্ধ কৰক। বন ধ্বংসলীলা বন্ধ কৰক আৰু সকলোৰে বাবে এটা সুস্থ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰক।

Apply Now

মঙলবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে জাৰ্মান আৰক্ষীয়ে গ্ৰেটা থানবাৰ্গক কয়লাৰ প্ৰতিবাদৰ পৰা আটক কৰি লৈ গৈছে।

চলিত সপ্তাহৰ আৰম্ভণিৰ পৰা শতাধিক আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি প্ৰতিবাদস্থলী খালী কৰাৰ বাবে চেষ্টা কৰি আহিছে। তেওঁলোকৰ প্ৰতিবাদী কাৰ্যালয় বা কেম্পসমূহ ভাঙি দিয়া হৈছে। তথাপিও ২০ৰ পৰা ৪০জন জলবায়ু কৰ্মী বিভিন্ন কৌশলেৰে তাতেই আছে।

পশ্চিম জাৰ্মানীৰ কল’নৰ সমীপৰ লিউটজেৰাথত থকা কয়লা খনিটো বন্ধ কৰিবলৈ দুমাহ ধৰি কেইবাটাও পৰিৱেশ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। পৰিৱেশৰ প্ৰতি ভাবুকিস্বৰূপ শক্তিৰ সলনি নবীকৰণযোগ্য শক্তি বিচাৰি উলিয়াবলৈ আৰু ইয়াৰ উৎপাদনৰ কৰাৰ দাবীত এই প্ৰতিবাদ চলি আছে।

উল্লেখ্য যে প্ৰকল্প উন্নয়ন সংস্থাৰ প্ৰতিনিধিয়ে জনোৱা মতে লুইচেৰাথ খনিৰ পৰা কমেও ১১ কোটি টন কয়লা উৎপাদন কৰিব পৰা যাব । অৱশ্যে জাৰ্মানী এতিয়াও বিশ্বৰ শীৰ্ষ ১৫ খন কয়লা উৎপাদনকাৰী দেশৰ ভিতৰত আছে।

সেয়েহে পেৰিছত চুক্তিবদ্ধ হোৱা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্য পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন তীব্ৰতৰ হ’ব বুলি ঘোষণা কৰিছে প্ৰতিবাদকাৰীসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd