DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

PFএকাউন্ট থকাসকলে শীঘ্ৰে লাভ কৰিব ডাঙৰ খৱৰ! বীমাত লাভ কৰিব অধিক ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 10:54 am
WhatsApp Image 2020-09-11 at 10.18.39 AM

প্ৰতিনিধিত্বমূলক ফটো।

14.2k
VIEWS
Share on FacebookShare on Twitter

কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন (EPFO)ৰ ছয় কোটিতকৈয়ো অধিক অংশীদাৰীয়ে শীঘ্ৰেই ডাঙৰ খৱৰ লাভ কৰাৰ সম্ভাৱনা আছে।

পি এফ একাউন্টৰ ওপৰত লাভ কৰিবলগীয়া বীমাৰ ধনৰ পৰিমান সোনকালেই বৃদ্ধি হ’ব।

ইপিএফঅ’ৰ চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টীয়ে লিংক বীমা আঁচনি, ১৯৭৬ৰ সংশোধনত অনুমোদন জনাইছে।

বৰ্তমান ইপিএফ একাউন্টৰ গৰাকীয়ে ছয় লাখ টকাৰ বীমা লাভ কৰে। ইয়াত এক লাখ টকাৰ বৃদ্ধি পাব। ইয়াৰ ফলত এই বীমাৰ ধনৰ পৰিমান সাত লাখ টকালৈকে বৃদ্ধি পাব।

যদি কোনো একাউন্টৰ গৰাকীৰ চাকৰি কৰি থকা সময়ত মৃত্যু হয় তেতিয়া তেওঁৰ পৰিয়ালে এই বীমাৰ ধন লাভ কৰিব।

শীঘ্ৰেই এই প্ৰস্তাৱ বিত্ত মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব আৰু মন্ত্ৰ্যালয়ৰ পৰা সেউজ সংকেত পোৱাৰ পাছতে জাননী জাৰি কৰা হ’ব।

চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টীয়ে কেন্দ্ৰীয় চৰকাৰক ৮.৫০শতাংশ সুতৰ হাৰ ৰখাৰ পৰামৰ্শ আগবঢ়াইছে।

ইয়াৰ ভিতৰত ২০২০ৰ ৩১ ডিচেম্বৰলৈকে একচেঞ্জ ট্ৰেডেড ফাণ্ড(ই টি এফ) আৰু ঋণ আয়ৰ ৮.১৫শতাংশ তথা অন্তিম ০.৩৫ শতাংশ জমাকৃত লাভ অন্তৰ্ভুক্ত হ’ব।

উল্লেখ্য যে ইপিএফঅ’ৰ হাতত পুঁজি নথকাৰ বাবে ইয়াৰ অংশীদাৰীসকলক সুত আদায় দিব পৰা নাই। বাতৰি অনুসৰি, একচেঞ্জ ট্ৰেডেড ফাণ্ডৰ জৰিয়তে বিগত পাঁচ বছৰত কৰা বিনিয়োগৰ ফলাফল নেতিবাচক আছিল।

প্ৰকৃততে, ইপিএফঅ’ই ইয়াৰ বছৰি জমা হোৱা ধনৰ ৮৫শতাংশ অংশ বণ্ডছ, ডিবেন্সাৰ আদি ইকুইটি বজাৰত বিনিয়োগ কৰে। শ্বেয়াৰ বজাৰৰ দৰে সম্পৰ্কিত এই ইকুইটি বিনিয়োগত ৰিস্ক থাকে যদিও ভাল লাভ হয়।

চলিত বৰ্ষত কৰ’নাৰ সংক্ৰমণৰ পৰিস্থিতিৰ বাবে ইকুইটি বিনিয়োগৰ ফলাফল বহুত নিৰাশাজনক হয়।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd