• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খহনীয়াৰ তাণ্ডৱ : সোৱনশিৰি নদীক ভেটিবলৈ ওলাই আহিল মাজুলী-লখিমপুৰ সীমান্তৰ ৩২খন গাঁও

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , August 24, 2018 10:47 am

1 min read

Screenshot_20180824-091954_Video Player
85
VIEWS
Share on FacebookShare on Twitter

মাজুলী-লখিমপুৰ সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ অন্তৰ্গত লোহিত-খাৱলুত নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। বৃহত্তৰ কৃষি পথাৰ, ঘৰ-বাৰী জাহ গৈছে নদীৰ বুকুত। পৰিৱৰ্তনকামী চৰকাৰ খনৰ পৰিৱৰ্তনৰ ঢৌৱে ঢুকি নোপোৱা অঞ্চলবাসীৰ মাজত এতিয়া সকলো হেৰুওৱাৰ বেদনা।

বানৰ পাছতে লোহিত-খাৱলুত সৃষ্টি হোৱা নদীৰ খহনীয়াই মষিমূৰ কৰি নিছে এফালৰ পৰা সকলো। বিশেষকৈ লোহিত-খাৱলুৰ ললিতি মৰাং গাঁৱত বিগত দুটা বছৰে সোৱনশিৰি নদীৰ বুকুত ৩৫ টা পৰিয়ালে সকলো হেৰুৱাইছে।

বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে বহুবাৰ খহনীয়া প্ৰতিৰোধৰ বাবে আবেদন নিবেদন কৰাৰ পাছতো আজিকোপতি কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। সেয়ে উপায়ন্তৰ হৈ লোহিত-খাৱলুৰ ৩২ খন গাঁৱৰ ৰাইজে ওলাই আহিল গড়া খহনীয়া প্ৰতিৰোধ কৰিবলৈ।

অঞ্চলটোৰ লোকসকলে হাতে হাতে দা কুঠাৰ লৈ আহি বাঁহৰ বুৰুজ আৰু গছৰ ডালেৰে খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস কৰে। সোৱনশিৰি নদীৰ গতিক বাধা দিবলৈ নদীৰ বুকুত গছৰ ডাল আৰু বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা চলায়।

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা লখিমপুৰ জিলাৰ লোহিত-খাৱলু পঞ্চায়তৰ অন্তৰ্গত অঞ্চলটো সুৰক্ষাৰ বাবে শীঘ্ৰে চৰকাৰক বিহিত ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় অঞ্চলবাসীয়ে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd