DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান ! ইথানল মিহলি পেট্ৰ’ল ভৰালে বিকল হব পাৰে আপোনাৰ বাহনৰ ইঞ্জিন

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
January 10, 2022 9:13 pm
286
VIEWS
Share on FacebookShare on Twitter

আপুনি চলাই থকা বাহনখনৰ ইঞ্জিন যিকোনো মুহূৰ্তত বিকল হ’ব পাৰে, কিয়নো ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে জাৰি কৰিছে এক নিৰ্দেশনা।

প্ৰতি লিটাৰ পেট্ৰ’লত ১০ শতাংশকৈ ইথানল মিহলাই বিক্ৰী কৰা হ’ব পেট্ৰ’ল।

যাৰ বাবে আপুনি চলাই থকা বাহনখনৰ ইঞ্জিত যিকোনো মুহূৰ্তত বিকল হৈ পৰা সম্ভাৱনা প্ৰকট।

উল্লেখযোগ্য যে, পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ ৫ শতাংশ ইথানল মিহলি কৰা হয় পেট্ৰ’ল বা ডিজেল চালিত বাহনসমূহত। কিন্তু ইয়াৰ পৰিমাণ যদি ১০ শতাংশলৈ বৃদ্ধি পায় নিশ্চয়কৈ পৰিৱেশ প্ৰদূষণ ৰোধ হ’লেও সোনকালে আপোনাৰ ইঞ্জিন বেয়া হৈ পৰিব পাৰে।

কিয়নো পেট্ৰ’ল বা ডিজেলৰ চাপ সৃষ্টি কৰি শক্তি উৎপন্ন কৰাৰ ক্ষমতা বেছিকৈ থাকে। তাৰ লগত যদি কুঁহিয়াৰ, মাকৈৰ দ্বাৰা প্ৰস্তুত কৰা ইথানল মিহলি কৰা হয় তেন্তে পানীৰ পৰিমাণ নিশ্চয়কৈ বৃদ্ধি পাব। পানীয়ে পেট্ৰ’ল-ডিজেলৰ সমান্তৰালকৈ চাপ সৃষ্টি কৰি শক্তি উৎপন্ন কৰিব পৰা ক্ষমতা নাথাকে।

উদাহৰণ স্বৰূপে যদি আপুনি টেংকি ভৰ্তিকৈ পেট্ৰ’ল ভৰাই আৰু সেই পেট্ৰ’লত অত্যাধিক ইথানল মিহলি থাকে তেন্তে কেনেবাকৈ যদি পানীৰ সংস্পৰ্শলৈ আহে তেন্তে তেন্তে ইঞ্জিনত পানীৰ পৰিমাণ বৃদ্ধি হ’ব। যাৰ ফলত ইঞ্জিনৰ পিষ্টন চ্ৰীজ হোৱাৰো সম্ভাৱনা প্ৰকট।

প্ৰশ্ন হৈছে পেট্ৰ’ল ডিপোৰ টেংকিসমূহ পানী সোমাব নোৱাৰা হয় নে?

তেনে ক্ষেত্ৰত ইথানল অত্যাধিক হাৰত মিশ্ৰণ কৰিব বিচৰাৰ আঁৰৰ ৰহস্য কি?

কিয় ইণ্ডিয়ান অইল কৰপ’ৰেশ্যনলৈ ইথানল মিহলিৰ নিৰ্দেশ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ?

পূৰ্বে কোনো পেট্ৰ’ল চালিত বাহনত ইথানল মিহলি কৰি পৰীক্ষণ কৰি চোৱা হৈছিল নে?

ইণ্ডিয়ান অইল কৰ’প’ৰেশ্যনেও বৰ্তমানলৈকে ইথানল নিমিহলোৱাকৈ পেট্ৰ’ল দিব বিচৰা নাই ডিলাৰসমূহক।

এইসমূহক লৈ বিবুধিত পৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যন। তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্য্যন্ত ইথানল মিহলোৱা পেট্ৰ’ল গ্ৰহণ নকৰাৰ হুংকাৰ উত্তৰ পূৱ ডিলাৰ এছ’চিয়েশ্যনৰ সভাপতি ৰাজীৱ গোস্বামীৰ।

ইপিনে, পোহৰলৈ আহিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ চতুৰালি!

কিয়নো ইথানলৰ দাম বজাৰত বহু পৰিমাণে কম।

তাৰ পৰিৱৰ্তে ইথানল মিহলালেও পূৰ্বৰ দামতে বিক্ৰী হ’ব পেট্ৰ’ল।

ইথানল মিহলালেও হ্ৰাস নাপায় পেট্ৰ’লৰ মূল্য।

মুঠৰ ওপৰত ডুপ্লিকেট বা নষ্ট হোৱা পেট্ৰ’ল ডিজেল গ্ৰাহকক যোগান ধৰিব বিচৰা নাই নৰ্থ ইষ্ট ইণ্ডিয়া ডিলাৰ এছ’চিয়েশ্যনে।

অত্যাধিক ইথানল মিহলি কৰা তেল যদি আপোনাৰ বাহনত ভৰাই বা কেনেবাকৈ যদি পানীৰ সংস্পৰ্শলৈ আহে তেন্তে পুৰণি নহ’লেও নতুন অৱস্থাতে ইঞ্জিন বিকল হৈ পৰিব পাৰে আপোনাৰ বাহনখনৰ।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd