• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বিটিআৰ প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব জনগোষ্ঠীয় সাংস্কৃতিক বিনিময় সমাৰোহ

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
February 16, 2021 5:14 pm
Kukarjhar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰখনক এখন শান্তিৰ চহৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিটিআৰ পৰিষদীয় চৰকাৰে গ্ৰহণ কৰিছে প্ৰথম পদক্ষেপ৷

এই পদক্ষেপৰ অংশ হিচাপে বিটিআৰ প্ৰশাসনে আয়োজন কৰিব এক বিশাল সাংস্কৃতিক বিনিময় সমাৰোহ৷

Apply Now

আজি কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত আয়োজন কৰা এখন সংবাদ মেলত বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইচা বড়োই কয় যে অহা ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখন আয়োজন কৰা হৈছে৷

উক্ত সাংস্কৃতিক সমাৰোহত বিটিআৰ অঞ্চলৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতিসমূহ উপস্থাপন কৰাৰ লগতে সাংস্কৃতিক বিনিময়ৰ ব্যৱস্থা কৰা হ’ব৷

তদুপৰি থলুৱা জনগোষ্ঠীয় চলচ্চিত্ৰ জগতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কেও আলোচনা কৰা হ’ব বুলি সদৰি কৰিছে কাৰ্যবাহী সদস্যগৰাকীয়ে৷

সংবাদমেলখনত কাৰ্যৱাহী সদস্য গৰাকীয়ে সাংস্কৃতিক সমাৰোহৰ সৈতে সংগতি ৰাখি  আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা আদিৰো আয়োজন কৰা হৈছে বুলি কয়৷

উল্লেখ্য যে সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচীত বিশিষ্ট ভাস্কৰ্য শিল্পী জনক ঝংকাৰ নাৰ্জাৰী, বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, ছবি প্ৰযোজক, পৰিচালক পৱিত্ৰ ৰাভা, অৰুপ মান্না অভিনেত্ৰী গায়ত্ৰী মহন্তসহ কেবাগৰাকীও যশস্বী শিল্পীয়ে অংশ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে৷

ৰিণয় বসুমতাৰী

ৰিণয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd