• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তালিবানে দখল কৰা আফগানিস্তানত খাদ্যৰ সংকট,সাধাৰণ জনতাক সহায় কৰিবলৈ আগবাঢ়ি আহিল ইউৰোপীয় সংঘ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2021 11:45 am
219
VIEWS
Share on FacebookShare on Twitter

এক কথাত কবলৈ গ’লে তালিবানে দখল কৰা আফগানিস্তানত এতিয়া সাধাৰণ জনতাই জীয়াই থকাৰ সকলো আশাই বাদ দিবলগীয়া হৈছে।

দেশ খনত এতিয়া জীয়ৰী-বোৱাৰীৰ জীৱনৰ কোনো মূল্য নোহোৱা হৈ পৰিছে।

পুৰুষসকলেও মৃত্যুৰ ভয়ত তালিবানৰ চকুৰ আঁৰ হৈ থাকিবলগীয়া হৈছে।

পৃথিৱীৰ সকলো দেশকে প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰসংঘই আফগানিস্তানৰ প্ৰসংগত ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে।

দেশ খনৰ লাখ লাখ লোকে এতিয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিছে।

মুঠৰ ওপৰত চৰম নৈৰাজ্যই বিৰাজ কৰা দেশ খনত এতিয়া সাধাৰণ জনতাই দিনতে আন্ধাৰ দেখিছে। এনে পৰিস্থিতিত আফগানিস্তানৰ সাধাৰণ জনতাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইউৰোপীয় সংঘ।

কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত ইউৰোপীয় সংঘৰ বৈঠকতে আফগানিস্তানৰ দুৰ্গত জনতাক ১২০ কোটি ইউৰো সাহায্য হিচাবে আগবঢ়োৱাৰৈ সিদ্ধান্ত লোৱা হয়।

এই ধনেৰে আফগান জনতাই খাদ্য আৰু আন সামগ্ৰী কিনিব পাৰিব।

ইউৰোপীয় সংঘৰ অধ্যক্ষ উৰছুলা ভনডেৰ লিয়েনে প্ৰকাশ কৰা মতে আফগানিস্তানত এতিয়া মানৱীয় সংকটে দেখা দিছে।

এনে পৰিস্থিতিত বিশ্বৰ প্ৰতিখন দেশেই আফগান জনতাক সহায় কৰিব লাগে বুলিও তেওঁ কয়।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd