• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ঠাইৰ পৰা আহিছে ইভিএমৰ বিসংগতিৰ খবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2021 2:33 pm
a-evm-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ঠাইৰ পৰা ইভিএমৰ ব্যাপক বিসংগতিৰ খবৰ পোৱা গৈছে।

ফলত বহু কেইটা ভোটকেন্দ্ৰত ভোটগ্ৰহণত বিলম্ব ঘটিছে। কলগাছিয়াৰ ৫৯ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ খবৰ আহিছে ।

Apply Now

একেদৰে যোগীঘোপাৰ ৩৫ নং ভোটগ্ৰহণ কেন্দ্ৰ,দিছপুৰৰ ১২৯, ১৩০ ভোট গ্ৰহণ কেন্দ্ৰ,২১ নং মেনকা চাহবাগিচাৰ ভোটগ্ৰহণ কেন্দ্ৰ,কোকৰাঝাৰ হল্টুগাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকলহৈ পৰাৰ ফলত ভোটাৰে বহু সময় ধৰি ভোটদানৰ বাবে অপেক্ষা কৰিবলগীয়া হয়।

ইপিনে ধমধমাৰ ১২৩ নং নিম্ন বুনিয়াদী বিদ্যালয়ৰ তিনিটা কেন্দ্ৰৰ  দুটা ইভিএম বিকল হৈ পৰা বুলি খবৰ আহিছে।

খবৰ অনুসৰি ৮৩ নং আৰু ৮৫ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হৈ পৰিছে।  ফলত ভোটদানত বিলম্ব ঘটিছে।

উল্লেখ্য ৰাজ্যৰ ৪০ টা সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

তৃতীয় পৰ্যায়ত ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৭৯,১৯,৬৪১ গৰাকী বৈধ ভোটাৰে নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ইয়াৰ ভিতৰ আছে ৪০,১১,৫৩৯ গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ল গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

তৃতীয় পৰ্যায় ভোটগ্ৰহণত ২,৬০০ চাৰ্ভিছ ভোটাৰে ভোটদান কৰিছে।

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিৰ ৩৩৭ গৰাকী প্ৰাৰ্থী মাজত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ ২৫ গৰাকী।

দিছপুৰ সমষ্টি হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আটাইতকৈ বৃহৎ সমষ্টি। সমষ্টিটোত ৬০৭ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৪,১১,৬৩৬ ভোটাৰে। স্মৰ্তব্য যে এই দিছপুৰ বিধানসভা সমষ্টিটোৱেই হৈছে ৰাজ্যখনৰ সৰ্ববৃহৎ বিধানসভা সমষ্টি।

ইফালে এই পৰ্যায়ৰ ক্ষুদ্ৰতম সমষ্টিটো হৈছে চাপাগুৰি। বাক্সা জিলাৰ এই সমষ্টিটোৰ ভোটাৰৰ সংখ্যা ১,৫৯,২৫৭ আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে ২৩৬ টা।

অন্তিম পৰ্যায়ৰ ৪০ টা সমষ্টিৰ ভিতৰত ৬ টা সমষ্টি অনুসূচীত জনজাতি আৰু দুটা সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত। ইয়াৰে অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ৩ টা সমষ্টি হৈছে বিটিআৰৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd