DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিড়ম্বনা! দুৰ্বৃত্তৰ দ্বাৰা প্ৰহৃত ব্ৰাজিলৰ বিশ্বকাপৰ প্ৰশিক্ষক টিটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2022 10:40 am
101
VIEWS
Share on FacebookShare on Twitter

কাটাৰ বিশ্বকাপৰ পৰা প্ৰস্থানৰ পিছত টিটে প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল। তথাপি নেমাৰ দা চিলভা চেণ্টোছ জুনিয়ৰৰ প্ৰাক্তন প্ৰশিক্ষকে ৰেহাই পোৱা নাই। ব্ৰাজিলৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা মতে যোৱা সপ্তাহত ৰিঅ’ত তেওঁৰ ঘৰৰ সন্মুখত এজন ব্যক্তিয়ে তেওঁক প্ৰহাৰ কৰিছিল। আৰক্ষীয়ে ইয়াৰ এটা তদন্ত আৰম্ভ কৰিছে।

প্ৰতিবেদন অনুসৰি, টিটে যোৱা সপ্তাহত তেওঁৰ পত্নীৰ সৈতে ৰাতিপুৱা ঘৰৰ বাহিৰলৈ খোজ কাঢ়িবলৈ গৈছিল। সেই সময়তে এজন অচিনাক্ত ব্যক্তিয়ে তেওঁৰ কান্ধত আঘাত কৰে। লোকজনে তেওঁৰ ডিঙিৰ চেইনডালো কাঢ়ি লয়। ব্ৰাজিলে কিয় কাটাৰ বিশ্বকাপৰ পৰা এনেদৰে বিদায় ল’লে মানুহজনে টিটেৰ পৰা তাৰ উত্তৰ বিচাৰিছিল।

লগতে পঢ়ক: ক্ষান্ত হোৱা নাই পুটিন! খেৰচনত ৰাছিয়াৰ বিমান আক্ৰমণত নিহত ১০ জন

কিন্তু পিছত যেতিয়া সাংবাদিকসকলে প্ৰাক্তন প্ৰশিক্ষকজনৰ প্ৰতিক্ৰিয়া বিচাৰিছিল, তেওঁ ইয়াৰ উত্তৰ দিব বিচৰা নাছিল।

অৱশ্যে, প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে কৈছিল যে লোকজনে টিটেৰ চুবুৰীয়াৰ বাগিচাত বান্ধি থোৱা চাইকেল চুৰি কৰিবলৈ চেষ্টা কৰি আছিল। সেই সময়ত তেওঁক বাধা দিবলৈ চেষ্টা কৰোঁতে তেওঁ শাৰীৰিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হয়। পত্নীয়ে টিটেক বচাবলৈ আগবাঢ়ি অহাত পৰিস্থিতি বিষম দেখি লোকজন পলাই যায়।

কাটাৰৰ পৰা পৰাজয়ৰ গ্লানি লৈ উভতি অহাৰ পিছত টিটে কোনো সংবাদ মাধ্যমৰ সন্মুখীন হোৱা নাই নাই। তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ৰিঅ’ত ঘৰতে দিন কটাইছে।

লগতে পঢ়ক: আত্মহত্যা! শ্বুটিং ছেটতে মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ; ৱাশ্বৰুমৰ পৰা উদ্ধাৰ মৃতদেহ

জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে তেওঁৰ সৈতে কথা পাতিবলৈ অহাৰ সময়ত টিটে কয়, “এই বিষয়ে মোৰ ক’বলৈ একো নাই। মই মোৰ পৰিয়ালৰ সৈতে শান্তিৰে সময় কটাব বিচাৰো।”

Recent News

ডিজিটেল ষ্ট্ৰাইক! চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই

ডিজিটেল ষ্ট্ৰাইক! চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত দেহাৱসান

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত দেহাৱসান

মাতাল অৱস্থাত পত্নী, পুত্ৰক মাৰপিট; গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি!

মাতাল অৱস্থাত পত্নী, পুত্ৰক মাৰপিট; গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি!

শিশুৰ অনুশাসন আৰু শাস্তি

শিশুৰ অনুশাসন আৰু শাস্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd