• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘৬ নং দফা কমিটিৰ প্ৰতিবেদনখনো NRCৰ দৰে পেলনীয়া কাগজ হ’ব’; তৰুণ গগৈ

'ট্ৰাম্পে মোদীক সঁচাই শক্তিশালী বুলি কৈছে নে ইতিকিং কৰিছে মোৰ সন্দেহ হৈছে'

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 27, 2020 3:01 pm
tarun gogoi.jpg1

তৰুণ গগৈৰ সংবাদ মেল সম্বোধন, ফ'টো- পাৰ্শ্বজ্যোতি গগৈ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি বিধায়ক সাংসদৰ উচটনিমুলক বক্তব্যৰ বাবে উত্তৰ পূব দিল্লীত এনে ঘটনা হৈছে। পুলিচ চৰকাৰ সকলো নিষ্ক্ৰিয়। আজি দিছপুৰৰ মন্ত্ৰী আৱাসত এক সংবাদ মেল সম্বোধন কৰি এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

সংবদমেলত তেওঁ আৰু কয় যে এনে সাম্প্ৰদায়িক ঘটনা পূৰ্বে ভাৰতবৰ্ষত হোৱা নাছিল, পূৰ্বে হৈছিল যদিও এনেধৰণে হোৱা নাছিল। ন্যায়িক ব্যৱস্থাৰ ওপৰত হেঁচা পৰিছে, যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ চাৰিজন ন্যায়াধীশে সংবাদমেল সম্বোধন কৰিবলগীয়া পৰিস্থিতি হৈছে।

Apply Now

চৰকাৰে হাংগামা হোৱাটো বিচাৰিছ। ডোনাল্ড ট্ৰাম্পৰ লগততো মোদী অনবৰতে থকা নাছিল। যদি তেওঁ ৰাতিলৈকে কামেই কৰি থাকে তেন্তে তেওঁৰ ঘৰৰ ওচৰতে এনে ঘটনা হৈ থকাৰ পাছতো কিয় গুৰুত্বপূৰ্ণ ভূমিকা ল’ব নোৱাৰিলে বুলি প্ৰশ্ন কৰে।

কালিহে দুভালক পঠাবলৈ সময় পালে। ট্ৰাম্পক পাই মোদী ক’ব নোৱাৰা হৈ পৰিছিল, ইফালে জুই জ্বলি আছিল। ট্ৰাম্প অহাৰ লগে লগে নিজৰ মানুহখিনিক পাহৰি গ’ল। ছোনীয়া গান্ধীয়ে পদত্যাগ কৰিব কোৱাৰ পাছতহে মোদীয়ে টুইট কৰিবলৈ সময় পালে।

মানুহ মৰি আছে আৰু এওঁলোক শুই আছে। ট্ৰাম্পে মোদীক সঁচাই শক্তিশালী বুলি কৈছে নে ইতিকিং কৰিছে মোৰ সন্দেহ হৈছে বুলিও কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

মোদীয়ে ইমৰাণ খানকো ভাল পায়, ট্ৰাম্পকো ভাল পায় আনফালে আকৌ সন্ত্ৰাসবাদক বেয়া পায়।

কা আনি গণতন্ত্ৰ এতিয়া বিপদাপন্ন কৰিলে। অসমতো চৰকাৰখনে য’ত গুৰুত্ব দিব লাগিছিল তাত গুৰুত্ব দিয়া নাই বুলি মন্তব্য কৰে তেওঁ।

৬ নং দফাৰ সন্দৰ্ভত তেওঁ কয়, ৬ নং দফা কমিটিক কেন্দ্ৰীয় চৰকাৰে আৱমাননা কৰিলে। প্ৰতিবেদন অতি সোনকালে ৰাজহুৱা কৰিব লাগে, এইখন গোপনীয় কৰি ৰাখিবলৈ কি আছে? যদি কাৰ্যকৰী কৰিব বিচাৰিছে তেন্তে সোনকালে কওঁক তাৰ আগত প্ৰতিবেদন ৰাজহুৱা কৰক। এইখনো NRC ৰ দৰে পেলনীয়া কাগজ হ’ব। অসমৰ মানুহক পুনৰ ঠগিব বিচাৰিছে।

ৰাজ্যসভাৰ নিৰ্বাচন সংক্ৰান্তত তেওঁ কয়, ৰাজ্যসভা আসনৰ বাবে বৰ্ষাৰণীৰো নাম আহিব পাৰে, জুবিনো আহিব পাৰে, অখিলৰো কথা আহি আছে,  অৰূপ বৰবৰুৱা হ’ব পাৰে অথবা অজিত ভূঞাই হওঁক। ৰাজনৈতিক দলৰ বাহিৰৰ হোৱাটো ভাল। কিয়নো তেওঁলোকৰ বিৰুদ্ধে ক’বলৈ একো নাথাকে। নাম কেইবাজনৰো ওলাল গতিকে বাচনি কৰোঁতে অলপ দিগদাৰ হ’ব পাৰে। এওঁলোকৰ ভিতৰত কাৰোবাক দিলে মোৰ আপত্তি নাথাকিব,  মই এওঁলোকৰ ফেভাৰত আছোঁ।

নতুন ৰাজনৈতিক দল হওক,  প্ৰতিযোগিতা হ’ব লাগে। বিভাজন কৰি লাভ নাই, বিৰোধী দল গঠন কৰিলে এটাই কৰক, শক্তিশালীকৈ কৰক। এটা শক্তিশালী পাৰ্টি হোৱা ভাল, সেইটো সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে হ’ব লাগে, তেতিয়া সমৰ্থন জনাম বুলি ৰাজ্যত চৰ্চিত হৈ নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত কয় তৰুণ গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd