• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী কোভিড পজিটিভ : উদ্বিগ্ন দেশৰ ৰাজনৈতিক মহল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2020 3:55 pm

2 min read

Parnab03
4.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।

এই কথা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি জনাইছে।

সোমবাৰে কৰা এটা টুইটৰ যোগেদি জনাইছে যে তেওঁৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছে আৰু যোৱা এসপ্তাহে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোভিড টেষ্ট কৰাবলৈও পৰামৰ্শ দিছে।

“অন্য এক কাৰণত হাস্পতাললৈ যাওঁতে আমাৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছিল। আজি ৰিপ’ৰ্ট পজিটিভ আহিছে। আমি অনুৰোধ জনাইছো, বিগত এসপ্তাহে যিসকল লোক আমাৰ সংস্পৰ্শলৈ আহিছিল, তেওঁলোক পৃথকে থাকক আৰু এবাৰ কোভিড-১৯ টেষ্ট কৰাওক।” এইদৰে টুইট কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

On a visit to the hospital for a separate procedure, I have tested positive for COVID19 today.
I request the people who came in contact with me in the last week, to please self isolate and get tested for COVID-19. #CitizenMukherjee

— Pranab Mukherjee (@CitiznMukherjee) August 10, 2020

উল্লেখ্য যে কিছু বছৰৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে হৃদযন্ত্ৰৰ অসুখত ভুগি আহিছে আৰু নিয়মিতভাৱে তেওঁক চিকিৎসকে পৰ্যবেক্ষণ কৰি আহিছে।

সেই সংক্ৰান্তত চিকিৎসালয়লৈ যাওঁতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কোভিড-১৯ৰ টেষ্ট কৰোৱা হৈছিল।

ইফালে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শৰীৰত কোভিড১৯ ধৰা পৰাত দেশৰ ৰাজনৈতিক মহলত উদ্বেগে ছানি ধৰা পৰিলক্ষিত হৈছে।

Tags: COVID-19

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd