• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰত প্ৰধান শিক্ষকৰ অৱহেলাৰ বাবেই বাতিল হ’ল বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
March 7, 2022 9:19 pm
191
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত আজৱ কাণ্ড। প্ৰধান শিক্ষকৰ অৱহেলাৰ বাবেই বাতিল হ’ল বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা। পৰীক্ষা বাতিল কৰাৰ পিছতে হুলস্থুল লাগিল বিদ্যালয় খনত। প্ৰধান শিক্ষকৰ মইমতালিত ক্ষোভিত হৈ পৰিল স্থানীয় ৰাইজ।

নৱ গঠিত তামুলপুৰ জিলাৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়য় ঘটিছে এই ঘটনা। পুৱাই পৰীক্ষা বুলি বিদ্যালয়লৈ আহিল কণ কণ ছাত্ৰ-ছাত্ৰী। কিন্তু নাহিল প্ৰধান শিক্ষক। ৯ বাজি পাৰ হৈ ১০ বাজিল। তাৰ পিছতহে আহিল বিদ্যালয় খনৰ প্ৰকাশ কলিতা নামৰ এজন শিক্ষক। তেওঁ ক’লে যে প্ৰধান শিক্ষকৰ নিৰ্দেশনা আছে আজি পৰীক্ষাঅনুষ্ঠিত কৰিব নোৱাৰিব ।

খবৰ পাই বিদ্যালয়ত উপস্থিত হল অভিভাৱক তথা স্থানীয় একাংশ সচেতন লোক। তাৰ পিছতে লাগিল হুলস্থুল।

স্থানীয় লোকৰ অভিযোগ দীৰ্ঘ দিনে বিদ্যালয় খনত প্ৰধান শিক্ষক গৰাকীয়ে মইমতালিৰে চলাই গৈছে অৰাজকতা। বিদ্যালয় খনৰ সহকাৰী শিক্ষক প্ৰকাশ কলিতাও মানসিক ভাৱে অসুস্থ হোৱাত তেওঁৰ পিতৃয়ে লব লগা হৈছে সহকাৰী শিক্ষক গৰাকীৰ ভূমিকা। পৰীক্ষাৰ ৰুটিনত উল্লেখ থকা মতে আজি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ দুই বেলাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।

অৱশেষত, বিদ্যালয়ত সাংবাদিক আৰু অভিভাৱক অহাৰ উমান পাই দুপৰীয়া ১২:৩০ বজাত আহি উপস্থিত হল প্ৰধান শিক্ষক অৰুণ বৈশ্য। সাংবাদিকৰ কেমেৰা দেখি চলাহী কথাৰে দায়সৰা মন্তব্য কৰে প্ৰধান শিক্ষকগৰাকীয়ে।

বিদ্যালয় খনত নতুনকৈ নিৰ্মাণ হৈ থকা শ্ৰেণী কোঠাৰ কাম আৰু সহকাৰী শিক্ষক প্ৰকাশ কলিতাৰ কোনো প্ৰস্তুতি নথকাৰ বাবেই পৰীক্ষা বাতিল কৰাৰ কথা স্বীকাৰ কৰে প্ৰধান শিক্ষকে।

উল্লেখ্যে ১৯৫৫ চনতে স্থাপন হোৱা বিদ্যালয় খনৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫০ জন। তাৰ বিপৰীতে বৰ্তমান শিক্ষক আছে ২ জন। আনহাতে, দীৰ্ঘ দিনে বিদ্যালয় খনত মধ্যাহ্ন ভোজনৰ দিয়াৰ নামতো কৌশলেৰে ধন লুট কৰাৰ অভিযোগ উঠিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd