• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষাৰ প্ৰশ্নকাকততো দলীয় ৰাজনীতি : “বিজেপিৰ প্ৰতীক চিহ্নটো আঁকা”, “নেহৰুৰ ৪টা নেতিবাচক দিশ উল্লেখ কৰা”

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 4:26 pm
Manipur Board Exam
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলীয় ৰাজনীতিয়ে এতিয়া সকলো সীমা চেৰাই শ্ৰেণীকোঠা আৰু পৰীক্ষাৰ প্ৰশ্নকাকততো প্ৰৱেশ কৰিছে।

বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ অধীনৰ Council of Higher Secondary Education (CHSE)-এ অনুষ্ঠিত কৰা ২০১৯-২০২০ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকতত পৰীক্ষাৰ্থীসকলক সোধা প্ৰশ্নই চকু কপালত তুলিছে সচেতন মহলৰ।

Apply Now

২২ তাৰিখে অনুষ্ঠিত ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষাত এটা প্ৰশ্নত (ক্ৰং নং ৩২) পৰীক্ষাৰ্থীসকলক “বিজেপিৰ প্ৰতীক চিহ্ন”টো আঁকিবলৈ দিয়া হৈছে। তাৰ বাবে দিয়া হৈছে ৪ নম্বৰ।

আন এটা প্ৰশ্নত কোৱা হৈছে, “ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নেহৰুৰ চাৰিটা নেতিবাচক দিশ উল্লেখ কৰা”।

Manipur Board Exam 2

শ্ৰেণীকোঠালৈ দলীয় ৰাজনীতিক লৈ যোৱা এই কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছ সৰৱ হৈ পৰিছে।

কংগ্ৰেছে ইয়াক ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ ধৰণৰ মনোবৃত্তি সুমাই দিবৰ বাবে প্ৰয়াস আখ্যা দিছে আৰু গৰিহণা দিছে।

আনহাতে প্ৰশ্নকেইটা “প্ৰাসংগিক” বুলি দাবী মণিপুৰ বিজেপিৰ সাধাৰণ সম্পাদক এন নিম্বাছ সিঙৰ।

টাইমছ অব ইণ্ডিয়াত এটা বাতৰিৰ সৈতে সংশ্লিষ্ট শিক্ষা পৰিষদৰ অধ্যক্ষ এল মহেন্দ্ৰ সিঙৰ এটা উদ্ধৃতি প্ৰকাশ পাইছে, য’ত কোৱা হৈছে যে কোনোটো প্ৰশ্নই পাঠ্যক্ৰমৰ বাহিৰত নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd