• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত ল’কডাউনৰ মাজতে আবকাৰী বিভাগৰ অভিযান; চুলাই মদৰ ঘাটি উচ্ছেদ

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , April 22, 2020 10:07 pm

1 min read

Excise department operation

আবকাৰী বিভাগৰ অভিযান

4.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যত ল’কডাউন চলি থকাৰ সময়তে যোৰহাট জিলাৰ আবকাৰী অধীক্ষক বনানী হোজাইৰ নেতৃত্বত আজি মৰিয়নি আৰু টীয়ক আবকাৰী দলৰ সহযোগত টীয়ক আৰক্ষীয়ে ৰাজহুৱা অভিযোগৰ ভিত্তিত এক অভিযান চলায়।

অভিযানকাৰী দলটোৱে বলমা চাহ বাগিছা, টীয়ক, পীড়াকটা আদি অঞ্চলৰ পাঁচগৰাকী অভিযোগ উত্থাপিত ব্যক্তিৰ ঘৰ তথা চৌহদত চুলাই মদ তৈয়াৰ কৰোতে ব্যৱহৃত  ৪৪০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, যন্ত্ৰ ৪ টা আৰু প্ৰায় ৩৫ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰে।

আনহাতে, দলটোৱে অভিযুক্ত এগৰাকী ব্যক্তিক অসম আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি টীয়ক চক্ৰ পৰিদৰ্শকক চমজাই দিয়ে।

আজিৰ এই সফল অভিযানত উপ অধীক্ষক যুগল দত্ত, যোৰহাট সদৰৰ আবকাৰী পৰিদৰ্শক নবাব ইমতিয়াজ আলি আৰু তহলদাৰী দলেও সহযোগিতা আগবঢ়ায়।

ল’কডাউন চলি থকা সময়তো অভিযোগ উত্থাপিত ব্যক্তি কেইগৰাকীৰ ঘৰলৈ বহুলোকে চুলাই মদ নিয়াৰ বাবে আহি আছিল বুলি স্থানীয় ৰাইজে উল্লেখ কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd