• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা চালানেৰে কৰ ফাঁকিৰ অপচেষ্টা; সুৰা সৰবৰাহকাৰীক নাকী লগালে আবকাৰী বিভাগে

আবকাৰীৰ চোৰাংচোৱা শাখাক প্ৰশংসা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2020 7:44 pm
index

আবকাৰী বিভাগে কৰায়ত্ত কৰা লোক দুজন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বুধবাৰে নিশা সোণাপুৰৰ তেতেলীয়াত আবকাৰী বিভাগৰ চোৰাংচোৱা শাখা একচাইজ ইণ্টেলিজেন্স ব্যুৰ’ৱে এক অভিযান চলায়। এই অভিযানত আইএমএফএল সৰবৰাহৰ ক্ষেত্ৰত অবৈধ চালান ব্যৱহাৰ কাণ্ড পোহৰলৈ আনিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।

ৰাজহ ফাঁকি দি ব্যৱসায় চলাই অহা জব্দকৃত চালানসমূহ যোৰহাট জিলাৰ মৰিয়নিৰ হিমালয় ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড নামৰ উদ্যোগৰ পৰা এমএছ বৰগোহাঁই এণ্টাৰপ্ৰাইজ বণ্ডেড ৱেৰ হাউচ প্ৰাইভেট লিমিটেডলৈ সামগ্ৰী কঢ়িয়াই থকা হৈছিল।

Apply Now

বুধবাৰে অবৈধ চালান উদ্ধাৰৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আবকাৰীৰ অভিযানকাৰী দলটো।

অভিযানত এএছ-০১-জিজি-৪১৯৭ নম্বৰৰ সুৰা ভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰঞ্জন দৈমাৰী আৰু হাবিবুল হকক। অৱশ্যে দীনেশ ৰাভা নামৰ আন এজনে পলায়ন কৰে।

গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ লগতে পলায়ন কৰা লোকজনৰ গুৱাহাটীৰ ১২ মাইলৰ নিজ নিজ বাসভৱনত আবকাৰীৰ দলে তালাচী চলায়। বৰ্তমান আবকাৰী বিভাগে অনলাইন চালান প্ৰদান কৰে। এই চালান যোগে সামগ্ৰী সৰবৰাহ হয়।

গ্ৰেপ্তাৰ কৰা দুজন লোকে ২০১৬ চনৰ আবকাৰী বিভাগে প্ৰদান কৰা চালান ব্যৱহাৰ কৰি আছিল। কিন্তু এই চালান বিভাগে কেতিয়াবাই বন্ধ কৰিছে।

ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আবকাৰীৰ চোৰাংচোৱা শাখাক এই সাফল্যৰ বাবে প্ৰশংসা কৰে৷ মন্ত্ৰীগৰাকীয়ে আবকাৰী বিভাগক তদন্ত চলাই নিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ৰাজহ ফাকি দিয়াত সহায় কৰা সংশ্লিষ্ট বিষয়া আৰু কামৰূপ মহানগৰ এনফৰ্চমেণ্ট বিষয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ প্ৰদান কৰে৷

ইতিমধ্যে পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত কামৰূপ মহানগৰ আবকাৰী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে৷ এই দলটোৱে আবকাৰী বিভাগৰ অবৈধ বটলিং উদ্যোগত অভিযান চলাই ৯১৮ কেছ দেশীয় ভাৱে নিৰ্মিত বিদেশী সুৰা, যন্ত্ৰ-পাতি আৰু ৪ হাজাৰ লিটাৰ বিশেষ এলকহল জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ৬ মাহ পূৰ্বে হিমালয় ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড নামৰ কাৰখানাৰ সমীপৰ পৰা আবকাৰী বিভাগে অবৈধ মদ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷

আইএমএলএফ অবৈধভাৱে বটলিং কৰাৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তাৰে এজন পলাতক হৈ  আছিল৷

ইফালে এনে অবৈধ চালান ব্যৱহাৰেৰে কৰ ফাঁকি দিয়া ঘটনা যাতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে তাৰ বাবে  যোৰহাট, শিৱসাগৰকে আদি কৰি একাধিক জিলাত অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd