• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত,সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
October 9, 2021 8:05 pm
164
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলা বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হয়৷

জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত দলটোৰ বৰপাৰা শ্বহীদ বেদীস্থিত জিলা কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল মাধ্যমত সম্বোধন কৰি কাৰ্যকৰ্তাসকলক উৎসাহিত কৰে ৷

উল্লেখ্য যে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে দলীয় পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যনিৰ্বাহক সভাত শোক প্ৰস্তাৱ পাঠ কৰে জিলা সমিতিৰ উপ সভাপতি দীনেশ সৰকাৰে আৰু ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে জিলা উপ সভানেত্ৰী সবিতা ৰাজবংশী টাইডে ৷

সভাত এই ৰাজনৈতিক প্ৰস্তাৱৰ সমৰ্থনত জিলা উপ সভাপতি কৌস্তভ দাসে বক্তব্য ৰাখে ৷

আনহাতে বৰ্তমানৰ ‘ সামাজিক মাধ্যম’ৰ ওপৰত বক্তব্য ৰাখে জিলা সামাজিক মাধ্যম কোষৰ জিলা আহ্বায়ক লিটন ঘোষে ৷ সভাত জিলা বিজেপিৰ সাংগঠনিক দিশ তথা আগন্তুক দলীয় কাৰ্যসূচী সন্দৰ্ভত জিলা বিজেপিৰ প্ৰভাৰী ব্ৰজ কুমাৰ দাসে আলোকপাত কৰে ৷

সভাত জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে দলটোৰ সমগ্ৰ জিলাখনৰ সামগ্ৰিক সাংগঠনিক স্থিতি আৰু দলীয় কাম- কাজ সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায় ৷

কাৰ্যনিৰ্বাহক সভাত জিলা বিজেপিৰ সহ প্ৰভাৰী ৰঞ্জন বৰা, বঙাইগাঁও জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়াসকল,জিলা সমিতিৰ বিষয়ববীয়া,কাৰ্যনিৰ্বাহক সদস্য- সদস্যাসকল ,মণ্ডল সভাপতি- সভানেত্ৰীসকল, জিলা মৰ্চাৰ সভাপতি- সভানেত্ৰীসকল আৰু জিলাৰ বিভিন্ন কোষসমূহৰ আহ্বায়কসকল উপস্থিত থাকে ৷

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd