• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ষ্ট্ৰং ৰূমৰ পহৰাত নিয়োজিত ৰাজনৈতিক দলৰ কৰ্মীক সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2021 9:00 pm
night-cuirfew-750x375
432
VIEWS
Share on FacebookShare on Twitter

অসমত কোভিড নিয়ন্ত্ৰণৰ বাবে লোৱা সতৰ্কতাৰ অংশ হিচাপে অসমৰ মুখ্যসচিবে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ১ মে’লৈ নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে।

এই নৈশ সান্ধ্য আইনৰ আওতাৰ পৰা বিভিন্ন জৰুৰীকালীন সেৱাক ৰেহাই দিলেও ইভিএম ৰখা ষ্ট্ৰং ৰূমৰ পহৰাত নিয়োজিত বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীক ৰেহাই নিদিয়াকলৈ প্ৰশ্নৰ উত্থাপন কৰে ৰাজ্যৰ কেতবোৰ ৰাজনৈতিক দলে।

“কোভিডৰ দ্ৰুত সংক্ৰমণলৈ চাই সতৰ্কমূলক পদক্ষেপ গ্ৰহণৰ নিশ্চয় প্ৰয়োজন আছে। কিন্তু মাত্ৰ ৫ দিনৰ বাবে এনে সান্ধ্য আইনে পৰিস্থিতি কিমান উন্নত কৰিব সেই সম্পৰ্কে স্বাভাৱিকতে সংশয়ৰ উদ্ৰেক হয়। হঠাতে এইদৰে ৫ দিনৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ যুক্তিযুক্ততা সম্পৰ্কে জনসাধাৰণে পতিয়ন যাব পৰাকৈ চৰকাৰে বাখ্যা আগবঢ়োৱা উচিত।” এইদৰে মন্তব্য  কৰিছিল চি পি আই (এম)ৰ ৰাজ্যিক নেতৃত্বই।

ইয়াৰ পিছতে অসন ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ ত্ৰিপাঠীয়ে এক নিৰ্দেশনাৰ যোগে ষ্ট্ৰং ৰূমৰ পহৰাত নিয়োজিত বিভিন্ন ৰাজৈনাতিক দলৰ সদস্যক নৈশ সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে অসমত ভোট গ্ৰহণ প্ৰক্ৰিয়া ৬ এপ্ৰিলত অন্ত পৰিছে আৰু ইভিএমসমূহ তেতিয়াৰে পৰা ষ্ট্ৰং ৰুমত ৰখা হৈছে। বিভিন্ন দলৰ তথা প্ৰাৰ্থীসকলৰ কৰ্মীসকলে এই ষ্ট্ৰং ৰূমত পাল পাতি পহৰা দি আহিছে।

কিন্তু আজি দিনৰ ভাগত জাৰি কৰা নিৰ্দেশনাত নৈশ সান্ধ্য আইনৰ আওতাৰ পৰা এইসকল কৰ্মীক ৰেহাই দিয়া হোৱা নাছিল।

উল্লেখ্য যে অহা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰি আৰু ফলাফল ঘোষণা কৰা হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd