• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৰগীয়া বানচ কৰ্মচাৰীৰ অধিকাৰ নহয় চৰকাৰৰ উপকাৰহে বুলি কেৰালাৰ বাওঁপন্থী চৰকাৰৰ বিস্ফোৰক মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2026 6:28 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডি এ বা মৰগীয়া বানচ চৰকাৰী কৰ্মচাৰীৰ কোনো মৌলিক অধিকাৰ নহয় আৰু ই সম্পূৰ্ণৰূপে চৰকাৰৰ নীতিৰ ওপৰতহে নিৰ্ভৰ কৰে বুলি কেৰালাৰ বাওঁপন্থী চৰকাৰে আদালতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেৰালা উচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰৰ শুনানিৰ সময়ত চিপিএম চৰকাৰে স্পষ্টকৈ জনাইছে যে কৰ্মচাৰীক ডি এ দিয়াটো চৰকাৰৰ বাবে কোনো বাধ্যতামূলক বিষয় নহয়। চৰকাৰৰ এই স্থিতিৰ পিছতে এতিয়া সমগ্ৰ দেশৰ লগতে বিশেষকৈ পশ্চিমবংগৰ ৰাজনীতিতো তোলপাৰ লাগিছে।

পশ্চিমবংগত যি সময়ত বাওঁপন্থী সংগঠনসমূহে ডি এৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰিছে, সেই একেটা সময়ে নিজৰ শাসনত থকা একমাত্ৰ ৰাজ্য কেৰালাত তেওঁলোকৰ চৰকাৰে ডি এৰ বিৰুদ্ধে স্থিতি লোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। বাওঁপন্থীসকলৰ এই বিপৰীতমুখী স্থিতিক লৈ এতিয়া তীব্ৰ প্ৰশ্ন উত্থাপন হৈছে। এফালে বংগত ডি এৰ দাবীত নবান্ন অভিযান কৰা বাওঁপন্থীসকলে আনফালে কেৰালাত ডি এ কৰ্মচাৰীৰ অধিকাৰ নহয় বুলি কৰা মন্তব্যই তেওঁলোকৰ দুমুখীয়া নীতিটোকে প্ৰতিফলিত কৰিছে।

Apply Now

তথ্য অনুসৰি কেৰালাৰ বাওঁ চৰকাৰে বিগত ছয় মাহ ধৰি চৰকাৰী কৰ্মচাৰীসকলৰ ডি এৰ ধন আদায় দিয়া নাই যাৰ মুঠ পৰিমাণ প্ৰায় ১৭,৭০০ কোটি টকা। নিজৰ প্ৰাপ্য বিচাৰি বাৰে বাৰে চৰকাৰৰ ওচৰত আবেদন জনাই বিফল হোৱাৰ পিছত কৰ্মচাৰীসকলে আদালতৰ সহায় লৈছিল। ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰে আদালতত কয় যে ৰাজ্যখনৰ বৰ্তমানৰ আৰ্থিক অৱস্থাৰ বাবে এই বৃহৎ পৰিমাণৰ ধন আদায় দিয়াটো সম্ভৱ নহয়। যদি এই ধন দিয়া হয় তেন্তে ৰাজ্যখনে এক ভয়াবহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব বুলিও চৰকাৰে যুক্তি দৰ্শাইছে।

ইফালে চৰকাৰী কৰ্মচাৰীসকলে দাবি কৰিছে যে ৰাজ্যৰ আৰ্থিক অৱস্থা যিয়েই নহওক তাৰ বাবে চৰকাৰহে দায়ী আৰু তাৰ বাবে কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাটো উচিত নহয়। কিন্তু কেৰালা চৰকাৰে আদালতত দিয়া মন্তব্যই এতিয়া চিপিএম দলক ৰাজনৈতিকভাৱে যথেষ্ট অস্বস্তিত পেলাইছে। বিশেষকৈ কেৰালা আৰু পশ্চিমবংগত আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই ডি এ বিতৰ্কই বাওঁপন্থী শিবিৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd