• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহ বহিৰ্ভূত প্ৰেম! অন্য মহিলাৰ সৈতে বিচনাত ধৰা পৰিল কেৰালাৰ মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 7:19 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰেলাৰ পৰিবহণ মন্ত্ৰী কে বি কুমাৰ বৰ্তমান এক গভীৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তেওঁৰ পত্নী বিধু মেননে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। মেননৰ মতে, তেওঁ নিজৰ স্বামীক আন এগৰাকী মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত নিজৰ শোৱা কোঠাতে ধৰা পেলাইছে। কোল্লাম জিলাৰ বালাকোমত থকা নিজ গৃহতে এই ঘটনা সংঘটিত হোৱা বুলি পত্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে, সেইদিনা তেওঁ হঠাতে ঘৰলৈ গৈ শোৱা কোঠাত যি দৃশ্য দেখিলে সেয়া বৰ্ণনাতীত। আনকি তেওঁ সেই মুহূৰ্তৰ ফটো আৰু ভিডিঅ‘ সংগ্ৰহ কৰি থৈছে বুলিও দাবী কৰিছে। এই সমগ্ৰ কাণ্ডৰ সময়ত মন্ত্ৰীগৰাকীৰ কৰ্মচাৰী আৰু ড্ৰাইভাৰে তেওঁক বাধা দিয়াৰ লগতে মাৰপিট কৰা বুলিও তেওঁ অভিযোগ তুলিছে।

এই অভিযোগৰ পাছতে ৬০ বছৰীয়া মন্ত্ৰী কে বি কুমাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰিলেও এটা আচৰিত মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীৰ মতে, প্ৰেম কোনো অপৰাধ নহয় আৰু প্ৰেমৰ অভিজ্ঞতা সকলোৰে থাকে। তেওঁ লগতে কয় যে এইয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কথা আৰু ইয়াত কোনেও হস্তক্ষেপ কৰা উচিত নহয়। তেওঁ কোনো নাৰীক অসন্মান কৰা নাই বুলি দাবী কৰাৰ লগতে কয় যে তেওঁৰ সমষ্টিৰ ৰাইজে তেওঁৰ ওপৰত থকা বিশ্বাস হেৰুৱাই নেপেলায়। উল্লেখনীয় যে ইয়াৰ পূৰ্বেও তেওঁৰ প্ৰথম পত্নীয়েও তেওঁৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপন কৰিছিল, যিটোৱে বৰ্তমানৰ বিতৰ্কক অধিক ইন্ধন যোগাইছে।

Apply Now

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ সৰৱ হৈ পৰিছে। বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি সথিছানে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক জবাবদিহি কৰিছে। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে যদি এজন মন্ত্ৰীৰ পত্নীয়েই সুৰক্ষা আৰু ন্যায় নাপায়, তেন্তে ৰাজ্যখনৰ সাধাৰণ মহিলাৰ অৱস্থা কি হ‘ব। ৰাজনৈতিক মহলত চৰ্চা চলিছে যে এনে পৰিস্থিতিৰ বাবে কে বি কুমাৰে অতি শীঘ্ৰেই নিজৰ পদৰ পৰা পদত্যাগ কৰিব লগা হ’ব পাৰে। নিৰ্বাচনৰ মুখত এই কেলেংকাৰীয়ে চৰকাৰক যথেষ্ট অস্বস্তিত পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd