• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘মুখত মাস্ক পিন্ধি ইয়াত সোমাব নোৱাৰিব’! ক’ত আৰু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2021 8:32 am

2 min read

‘মুখত মাস্ক পিন্ধি ইয়াত সোমাব নোৱাৰিব’! ক’ত আৰু কিয়?
219
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ৰ সন্ত্ৰাস শেহতীয়াকৈ কিছু থামিলেও মুখত মাস্ক পৰিধান কৰাটো বহুতৰে বাবে সচেতনতাৰ পৰিচায়ক হৈ পৰিছে, কিয়নো যিকোনো মুহূৰ্ততে ভাইৰাছবিধ পুনৰ আৱিৰ্ভাব হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাইও মুখত মাস্ক পিন্ধিবলৈ বিশ্ববাসীক উদগণী জোগাই আহিছে।

কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰেষ্টুৰেণ্ট এই বিষয়টো লৈ বাতৰিৰ শিৰোনামাত আহিছে।

ফ্ল’ৰিডা চহৰৰ ‘বেকীজেকচ ফুড শ্বেক’ নামৰ ৰেষ্টুৰেণ্টটখনৰ ফলকত লিখা হৈছে যে- ‘FACE DIAPERS NOT REQUIRED! EVERYONE WELCOME’, ইয়াৰ দ্বাৰা মুখত পিন্ধা মাস্কক ‘ডায়েপাৰ’ৰ স’তে ৰিজোৱা হৈছে, যি সৰু ল’ৰা-ছোৱালীৰ মল মূত্ৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মুখত মাস্ক পিন্ধি অহা লোকক ৰেষ্টুৰেণ্টত সোমাব দিয়া নহ’ব।

ভেলেণ্টাইনছ ডেৰ দিনা ৰেষ্টুৰেণ্টখনৰ ফেচবুক পেজটোত প’ষ্ট কৰা হৈছিল- ‘‘ভেলেণ্টাইনছ ডেৰ শুভকামনা। আন্তৰিকতাৰে সোঁৱৰণ কৰিব বিচাৰিছো যে আমাক মুখত পিন্ধা মাস্কৰ প্ৰয়োজন নাই।

তাৰপাছতে, ফেচবুক প’ষ্টটো ১,০০০ বাৰ শ্বেয়াৰ হয় আৰু ৩,৮০০টা কমেণ্ট আহে। ইয়াৰ মাজতে বহুজনে ৰেষ্টুৰেণ্টখনৰ বক্তব্যক লৈ জাঙুৰ খাই উঠে।

বহুতে ইয়াক ৰেষ্টুৰেণ্টখনৰ পাব্লিচিটি ষ্টাণ্ট হিচাপে অভিহিত কৰিছে।

এজনে কমেণ্টত কয় যে এইধৰণৰ মানুহ আছে বাবেই আমি এতিয়াও এটা মহামাৰীৰ সময়ত বাস কৰি আছো।

সামাজিক মাধ্যমত এই হৈ চৈ চলি থাকোতেই ফেচবুকৰ উক্ত প’ষ্টাৰখনৰ সপক্ষে ১৬ ফেব্ৰুৱাৰীত আন এটা এটা প’ষ্ট দিয়ে আৰু কয় যে তেওঁলোকে মুখত পিন্ধা মাস্কখনক ‘ডায়েপাৰ’ বুলি গণ্য কৰে।

তদুপৰি যিসকলে ৰেষ্টুৰেণ্টখনৰ শ্লোগানটো মানি ল’ব পৰা নাই, তেওঁলোকক ‘আনফ্ৰেইণ্ড’ কৰিবলৈ কয়।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমানলৈকে  ক’ভিড-১৯ আক্ৰান্ত ৰোগী আৰু মৃত্যুৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd