DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘বিদ্বেষ বিয়পাই মুনাফা লুটে ফেইচবুকে,’ এই বিস্ফোৰক অভিযোগেৰে ফেইচবুকৰ পৰা পদত্যাগ ইঞ্জিনিয়াৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 4:56 pm
Facebook_logo_(square)
328
VIEWS
Share on FacebookShare on Twitter

ফেইচবুকৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে ফেইচবুকৰ আমেৰিকাস্থিত সংস্থাত কৰ্মৰত এগৰাকী ছ’ফ্টৱেৰ ইঞ্জিনিয়াৰে।

আশোক চান্দৱানী নামৰ ইঞ্জিনিয়াৰজন মাৰ্ক জুকাৰবাৰ্গৰ আমেৰিকাস্থিত ফেইচবুক প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

ফেইচবুকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ইতমিধ্যে তেওঁ মাৰ্ক জুকাৰবাৰ্গৰ আমেৰিকাস্থিত ফেইচবুক প্ৰতিষ্ঠান ত্যাগ কৰিছে।

ফেইচবুকে বিদ্বেষমূলক পোষ্টৰ দ্বাৰা ব্যৱসায়িক মুনাফা লুটিছে বুলি তেওঁ গুৰুতৰ অভিযোগ তুলিছে।

আমেৰিকাৰ স্থানীয় সময় অনুযায়ী মংগলবাৰে পুৱা ১৩০০ টা শব্দৰ পদত্যাগ পত্ৰত অশোক চান্দৱানীয়ে আৰু বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফেইবুকৰ বিৰুদ্ধে।

কেনেদৰে বিদ্ধেষমূলক পোষ্টক ফেইচবুকে প্ৰশ্ৰয় দি আহিছে তাৰ সৱিশেষ বৰ্ণনা দি অশোক চান্দৱানীয়ে পদত্যাগ পত্ৰত কয় যে ম্যানমাৰ আৰু কেনিয়াৰ ক্ষেত্ৰত ফেইচবুকে বিদ্বেষমূলক পোষ্টৰ প্ৰশ্ৰয় দিছিল।

তেওঁ লগতে কয় যে কেনিয়াৰ সন্ত্ৰাসবাদীয়ে আগ্নেয়াস্ত্ৰৰ দ্বাৰা প্ৰৰোচনামূলক প্ৰতিবাদী কাৰ্যসূচী প্ৰচাৰৰ বাবে কৰা পোষ্টবোৰ ফেইচবুকে ৰিমভ কৰা নাছিল।

তেওঁ লগতে আমেৰিকাৰ ড’লান্ড ট্ৰাম্পৰ প্ৰৰোচনামূলক বিদ্বেষপূৰ্ণ মন্তব্যকো ফেইচবুকে প্ৰশ্ৰয় দিয়া বুলি অভিযোগ কৰিছে।

“মই এনে সংস্থাৰ সৈতে আৰু কাম কৰিব নোৱাৰিম। যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰসহ গোটেই বিশ্বতে বিদ্বেষ বিয়পাই মুনাফা লুটে।” ফেইচবুকৰ পৰা পদত্যাগ কৰি এইদৰে কয় অশোক চান্দৱানীয়ে।

ইফালে অশোক চান্দৱানীৰ এই অভিযোগ নস্যাৎ কৰিছে ফেইচবুকে।

ফেইচবুকৰ মুখপাত্ৰ Liz Bourgeoisএ কয়, “আমি বিদ্বেষ বিয়পাই মুনাফা লুটা নাই। প্ৰতি বছৰে কোটি কোটি টকা বিনিয়োগ কৰা ব্যৱহাৰকাৰীৰ সুৰক্ষা নিশ্চিত কৰা হয়। নিৰ্দিষ্ট সময়ে সময়ে নিজৰ নীতি পৰ্যালোচনা কৰিও থকা হয়।”

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd