• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওৰাঙৰ পৰা ওলাই অহা এফ-০৩ নামেৰে চিহ্নিত বাঘিনীক কৰায়ত্ব কৰাত ব্যৰ্থ বন বিভাগ

ছাজিদ খান ছাজিদ খান
ওদালগুৰি , November 14, 2018 9:03 pm

2 min read

11regAnchor_4C
185
VIEWS
Share on FacebookShare on Twitter

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহি ৰৌতাৰ ওচৰৰ বৰোবাজাৰ এলেকাৰ কাষৰ হাবিত ২০১৭ চনৰ পৰা আশ্ৰয় লৈ থকা এজনী ১২ বছৰীয়া ৰয়েল বেংগল বাঘিনীক কৰায়ত্ব কৰিবলৈ বাৰে বাৰে ব্যৰ্থ হোৱাৰ বাবে বন বিভাগ আৰু বন্যপ্ৰাণী বিশেষজ্ঞৰ প্ৰতি বিষেদ্গাৰ প্ৰকাশ কৰিছে অঞ্চলটোৰ জনসাধাৰণে।

F-03 নামেৰে কলংকিত কৰি হত্যাৰ তালিকাভুক্ত কৰা কিন্তু সমগ্ৰ দেশৰ বন্যপ্ৰাণী প্ৰেমী সংগঠনৰ চেষ্টাত ৰক্ষা পৰা বাঘিনীজনীক লৈ এই এলেকাৰ ৰাইজ বন বিভাগৰ প্ৰতি খৰ্গহস্ত হোৱা ওপৰিও বাঘিনীজনীৰ বিষ প্ৰয়োগ কৰি হত্যা কৰাৰো সম্ভাৱনাই দেখা দিছে। এই ক্ষেত্ৰত ৰাইজৰ সুৰতেই সূৰ মিলাইছে সদৌ বড়ো ছাত্ৰ সন্থাকে ধৰি ওদালগুৰিৰ কেইটামান ছাত্ৰ সংগঠনেও।

পদচিহ্ন লক্ষ্য কৰি বাঘিনীজনীয়ে বৰ্তমান বৰগোছা চাহ বাগানৰ আশে পাশে ঘূৰি ফুৰিছে বুলি জানিব পৰা গৈছে।

ওদালগুৰিৰ ধনশিৰি মণ্ডলৰ ডিএফঅ’ মাধুৰ্য কুমাৰ শৰ্মাই জনাইছে যে বাঘিনীজনীক চেতনা নাশক প্ৰয়োগ কৰা আৰু সুন্দৰবনৰ লেখিয়াকৈ নাইলনৰ জালেৰে ধৰিবলৈ ১২ বাৰ চেষ্টা কৰা সত্তেও বনকৰ্মীসকলে তাইক কৰায়ত্ব কৰিব পৰা নাই।

সদৌ বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি শাখাৰ এজন সদস্যই কৈছে ‘‘বৰোবাজাৰৰ গাঁৱবাসীয়ে বন বিভাগৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। দুবছৰ পূৰ্বে এজনী পূৰ্ণ বয়স্ক বাঘিনীৰ দৰে এই বাঘিনীজনীকো গাঁৱবাসীয়ে হত্যা কৰিব পাৰে।’’

ওদালগুৰিৰ অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন জয়ন্ত কুমাৰ দাসে কৈছ যে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰ?ক্ষণ প্ৰাধিকৰণে এই ক্ষেত্ৰত আশ্চৰ্যজনকভাৱে নিৰৱতা অৱলম্বন কৰিছে আৰু বন বিভাগে বাঘিনীজনীক আবদ্ধ কৰিব পৰা নাই। তেওঁ আৰু কৈছে যে ওৰাঙৰ পৰা যাতে বাঘ নিয়মীয়াকৈ বাহিৰলৈ ওলাই আহিব নোৱাৰে তাৰ বাবে বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

উল্লেখ্য যে ৮০ বৰ্গ কিঃমিঃ এলেকা বিয়পা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৪টা বাঘ থকা বুলি ২০১৭ৰ বাঘ্ৰ পিয়লৰ তথ্যত ধৰা পৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd