• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত ভুৱা প্ৰমানপত্ৰ প্ৰস্তুত কৰা জালিয়াতি চক্ৰ উৎখাত, দুজনক গ্ৰেপ্তাৰ

মুকেশ কুমাৰ সিং, ধুবুৰী by মুকেশ কুমাৰ সিং, ধুবুৰী
October 10, 2021 7:52 am
WhatsApp Image 2021-10-09 at 10.15.46 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Fake certificate racket busted: ধুবুৰী আৰক্ষীয়ে শনিবাৰে ধুবুৰী চহৰৰ নাথপাৰা অঞ্চলত এক অভিযান চলাই ভুৱা শৈক্ষিক প্ৰমানপত্ৰ তথা আন নথি প্ৰস্তুত কৰাত জড়িত এটা জালিয়াতি চক্ৰ উৎখাত কৰে।

এটা চুৰিৰ গোচৰত নাথাপাৰা অঞ্চলৰ গোলা শ্বাহজামাল নামৰ ব্যক্তিৰ বাসগৃহত তালাচী অভিযান চলোৱাৰ সময়ত এই চক্ৰটোৰ কথা পোহৰলৈ আহে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে কেইদিনমান পূৰ্বে এক বিশেষ সূত্ৰৰ খৱৰৰ ভিত্তিত ছহিদুল ওৰফে ছহিবুৰ ৰহমান নামৰ লোকজনক ধুবুৰী চহৰৰ ভাটিগাঁও এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ জিম্মাৰ পৰা কিছুমান ভুৱা প্ৰমানপত্ৰ তথা নথি উদ্ধাৰ কৰা হৈছিল।

Apply Now

ছহিদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে শনিবাৰে গোলাম শ্বাহজামালৰ বাসগৃহত পুনৰ এক তালাচী চলায় আৰু চৌহদৰ ভিতৰত এটা ভুৱা প্ৰমানপত্ৰ বনোৱা সৰু কাৰাখান ধৰা পেলায়।

Also Read: Super Dancer Florina: অসম কন্যা ফ্লোৰিনা গগৈ ছুপাৰ ডান্সাৰৰ চেম্পিয়ন; লাভ কৰিলে ট্ৰফীসহ ১৫লাখ টকাৰ নগদ পুৰস্কাৰ

ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজীৰাণী শৰ্মাৰ নেতৃত্বত প্ৰায় এঘন্টা ধৰি অভিযান চলোৱা হয় আৰু আৰক্ষীৰ দলটোৱে বহু ভুৱা প্ৰমানপত্ৰ তথা নথি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে লগতে ভুৱা প্ৰমানপত্ৰ চক্ৰৰ মূল ব্যক্তিজনৰ চৌহদৰ পৰা দুটা লেপটপ, কম্পিউটাৰ আৰু হাই ডিফিনেশ্বন প্ৰিন্টাৰ জব্দ কৰে।

ঘৰটোৰ মালিক গোলাম শ্বাহজামালক এক ভুৱা নথি প্ৰস্তুত কৰা, অপৰাধমূলক ষড়যন্ত্ৰ তথা চৰকাৰী ষ্টাম্প ব্যৱহাৰ কৰি কৰা এনে নিকৃষ্ট কাণ্ডৰ বাবে জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

আনহাতে, তেওঁৰ আন সহযোগীসকলক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই যদিও ভুৱা জালিয়াতি চক্ৰটোৰ আন অপৰাধীসকলক গ্ৰেপ্তাৰৰ বাবে অবিযান অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজীৰাণী শৰ্মাই।  

মুকেশ কুমাৰ সিং, ধুবুৰী

মুকেশ কুমাৰ সিং, ধুবুৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am
মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am
ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

June 4, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd