DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত শিক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন; প্ৰমাণ পত্ৰ পৰীক্ষা কৰাৰ দাবী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 21, 2018 11:45 am
Untitled-1 copy (1)

শিক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে মনোনয়ন দাখিল কৰা বুলি অভিযোগ উত্থাপিত হোৱা কংগ্ৰেছৰ প্ৰাৰ্থী মহেলা খাতুন ফটো : নৰ্থ-ইষ্ট নাও

562
VIEWS
Share on FacebookShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা একাংশ প্ৰাৰ্থীয়ে জালিয়াতিৰে প্ৰাৰ্থিত্ব লাভ কৰা বুলি চৰ্চিত হোৱাৰ সময়তে বৰপেটা জিলাৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

উত্থাপিত অভিযোগ অনুসৰি বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ২নং বৰভিঠা জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰছ দলৰ প্ৰাৰ্থী মহেলা খাতুনে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শিক্ষাগত প্ৰমাণ পত্ৰখন জালিয়াতিৰে সংগ্ৰহ কৰা।

উল্লেখ্য যে খাতুনে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ খন জালিয়াতি কৰি উলিওৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰাৰ্থী গৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰখন পৰীক্ষা কৰিলেই প্ৰমাণ পত্ৰখন ভুৱা প্ৰতিপন্ন হ’ব বুলি অভিযোগকাৰী সকলে দাবী কৰিছে ৷

এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত যদিহে বিভাগীয় কৰ্তৃপক্ষই প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰে তেন্তে অভিযোগৰ সত্য সত্যতা পোহৰলৈ আহিব ৷

Recent News

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Crime in Guwahati

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd