• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 27, 2025 2:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঠ বছৰ ধৰি চলি আছে ভুৱা দূতাবাস। গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা হৰ্ষবৰ্ধন জৈনৰ জালিয়াতিৰ নেটৱৰ্ক কিমান দূৰ প্ৰসাৰিত? কিমান কোটি টকা প্ৰতাৰণা কৰিলে? উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে তদন্ত চলাই বিচাৰি পাইছে চাঞ্চল্যকৰ তথ্য।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তদন্তকাৰীয়ে এই কথা জানিব পাৰিছে যে হৰ্ষবৰ্ধনে মূলতঃ বিদেশত চাকৰিৰ প্ৰলোভন দি প্ৰৱঞ্চনা চক্ৰ চলাইছিল। তদুপৰি কেইবাটাও বিদেশী বেংক একাউণ্ট উদ্ধাৰ হৈছে। সেইবোৰৰ জৰিয়তে বিত্তীয় লেনদেন কৰা হৈছিল। যোৱা দহ বছৰত হৰ্ষবৰ্ধনে মুঠ ১৬২খন দেশ ভ্ৰমণ কৰিছে। তদন্তকাৰীৰ মতে মুঠতে প্ৰায় ৩০০ কোটি টকা প্ৰতাৰণা কৰা হৈছে।

Apply Now

গাজিয়াবাদৰ এটা ভুৱা দূতাবাসৰ তালাচীৰ সময়ত বিতৰ্কিত ‘গডমেন’ চন্দ্ৰস্বামী আৰু ছৌদি আৰৱৰ অস্ত্ৰ ব্যৱসায়ী আদনান খাশ্বোগীৰ সৈতে হৰ্ষবৰ্ধনৰ এখন ছবি উদ্ধাৰ হয়। এই ‘গডমেন’ চন্দ্ৰস্বামী ৮০ আৰু ৯০ দশকত জনপ্ৰিয় হৈ পৰিছিল। ১৯৯৬ চনত আৰ্থিক অনিয়মৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। সেই সময়ত তদন্তকাৰীয়ে গডমেনৰ আশ্ৰমত অনুসন্ধান কৰি আদনান খাশ্বোগীৰ সৈতে হোৱা বিত্তীয় লেনদেনৰ বিষয়ে জানিব পাৰিছিল।

এছটিএফে জানিব পাৰিছে যে ‘গডমেন’ চন্দ্ৰস্বামীয়ে হৰ্ষবৰ্ধনক খাশ্বোগীৰ লগত চিনাকি কৰাই দিছিল। একেলগে তেওঁলোকে মুঠ ২৫টা শ্বেল কোম্পানী (মাথোঁ কাগজে-পত্ৰেই থকা কোম্পানী) আৰম্ভ কৰিছিল। এই কোম্পানীসমূহৰ জৰিয়তে বিত্তীয় লেনদেন কৰা হৈছিল আৰু ঋণ প্ৰদানৰ নামত একাধিক বিত্তীয় কেলেংকাৰীৰ তথ্য উপলব্ধ হৈছে। অৱশ্যে তদন্তকাৰীয়ে ইতিমধ্যে গম পাইছিল যে হৰ্ষবৰ্ধনে হাৱালা নেটৱৰ্ক চলাই আছে।

উল্লেখযোগ্য যে যোৱা ২৩ জুলাইত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ কবি নগৰ অঞ্চলৰ এটা ভাড়াঘৰৰ পৰা হৰ্ষবৰ্ধনক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই ভাড়াঘৰত ‘ৱেষ্টাৰকটিকা’ নামৰ এটা মাইক্ৰ’নেচনৰ ভুৱা দূতাবাস চলোৱাৰ অভিযোগ উত্থাপন হৈছে হৰ্ষবৰ্ধনৰ বিৰুদ্ধে।

এছটিএফৰ নয়ডা ইউনিটে ঘৰটোত অভিযান চলাই এখন বিলাসী গাড়ী, ‘ৱেষ্টাৰকটিকা’ৰ বাৰখন কূটনৈতিক পাছপ’ৰ্ট, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ছীল থকা ভুৱা নথি-পত্ৰ, দুখন ভুৱা পেন কাৰ্ড, বিভিন্ন দেশ আৰু সংগঠনৰ চৌত্ৰিশটা ভুৱা ছীলকে ধৰি একাধিক সামগ্ৰী উদ্ধাৰ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd