• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী চাউল গ্ৰহণ কৰি থকাৰ অভিযোগ বিজেপি নেত্ৰীৰ বিৰুদ্ধে

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
February 2, 2022 5:54 pm
208
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী তথা যোগান মন্ত্ৰীৰ আহ্বানক ভেঙুচালি বিজেপি নেত্ৰীৰ।
ভুৱা ৰেচন কাৰ্ডৰ জড়িয়তে চৰকাৰী চাউল গ্ৰহণ কৰি থকাৰ অভিযোগ বিজেপি নেত্ৰীৰ বিৰুদ্ধে।

হয়, এইগৰাকী হৈছে শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মৃদুস্মিতা সিনহা। তেওঁ মৃদুস্মিতা দত্তৰ নামত ভুৱা ৰেচন কাৰ্ড উলিয়াই চৰকাৰী চাউল লাভ কৰি থকাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

শিৱসাগৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত পঞ্জীয়ণ হৈ থকা 181003337540 নম্বৰৰ ৰেচন কাৰ্ডখন মৃদৃস্মিতা দত্তৰ নামত আছে।

ইপিনে ৰেচন কাৰ্ডখনত থকা আন তিনিজন সদস্য ক্ৰমে সুনিল কুমাৰ সিনহা, সঞ্জীৱ কিশোৰ সিনহা, সন্দিপ কিশোৰ সিনহা ক্ৰমে বিজেপি নেত্ৰী মৃদুস্মিতা সিনহাৰ স্বামী আৰু দুই পুত্ৰ।

যি সকল ব্যক্তি চৰকাৰী চাকৰি আছে, ঘৰত গাড়ী বা বিপিএল শাৰীত নপৰে সেইসকল ব্যক্তিৰ নামত থকা ৰেচন কাৰ্ড কাৰ্যালয়ত জমা দিবলৈ চৰকাৰে নিৰ্দেশ দিছিল।

চৰকাৰৰ সেই নিৰ্দেশক সন্মান জনাই বহু ব্যক্তিয়ে ৰেচন কাৰ্ড জমা দিছিল।

কিন্তু শাসকীয় দলৰ নেত্ৰী হিচাপে প্ৰাক্তন পৌৰপতি মৃদুস্মিতা সিনহাই চৰকাৰৰ এই নিৰ্দেশক ভেঙুচালি কৰি দীৰ্ঘদিনে চৰকাৰী ৰেচনৰ সুবিধা গ্ৰহণ কৰি আহিছিল।

বিজেপি নেত্ৰীয়ে এইদৰে ভুৱা ৰেচন কাৰ্ডৰ জড়িয়তে চাউল লৈ থকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱা। প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী চিতু বৰুৱাৰ।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd