• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত নিহত চোৰাং চিকাৰীক চিনাক্ত কৰিলে পৰিয়ালে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2021 4:19 pm
Nameri-National-Park-1-1140x570

নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত এলেকাত বনকৰ্মীয়ে গুলীয়াই নিহত কৰা চোৰা চিকাৰীজনক দেৱেশ্বৰ প’গাগ বুলি চিনাক্ত কৰা হৈছে।

৩৮বছৰীয়া প’ৰাগ জিলাখনৰ ঢাৰিকিটি গাওঁৰ বাসিন্দা।

Apply Now

ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে প’গাগকে ধৰি চাৰিজন চোৰাং চিকাৰীৰ ওপৰত বনকৰ্মীসকলে মুকলিকৈ গুলীবৰ্ষণ কৰিছিল।

এই গুলীচালনাৰ ঘটনাত আন এজন চোৰাংচিকাৰীও আহত হয় আৰু আন দুজনৰ সৈতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

এতিয়ালৈকে আৰক্ষীয়ে তেওঁলোকৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

প’গাগৰ পৰিয়ালে সেই মৃতদেহটো চিনাক্ত কৰিছে যিটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

বনকৰ্মীসকলেও তেওঁৰ পৰা এটা বন্দুক আৰু দুটা বেগ উদ্ধাৰ কৰিছিল।

আনহাতে, নামেৰী খণ্ডৰ তদানীত্বন বনাঞ্চলিক বিষয়া ৰমেশ গগৈয়ে ২০১০ চনত প’গাগক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ জিম্মাৰ পৰা বিষাক্ত দ্ৰব্য উদ্ধাৰ কৰিছিল।

প্ৰমানৰ অভাৱত তেওঁক তেতিয়া এৰি দিয়া হৈছিল।

২০১৪চনত আকৌ বন বিষয়াসকলে নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত এলেকাত চোৰাং চিকাৰ কৰাৰ সময়ত হাতে-লোটে ধৰিছিল।

জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ আন চোৰাং চিকাৰীৰ সৈতে মিলি বনৰীয়া হাতীৰ চিকাৰত জড়িত আছিল আৰু কেইবাটাও জন্তু হত্যা কৰিছিল।

তেওঁ আনকি নামেৰীৰ কচুতলী পাহাৰৰ ওচৰত লুকাই ৰখা এটা হাতীৰ মৃতদেহো বন বিষয়াসকলক দেখুৱাইছিল।

তেওঁৰ পত্নীও তেওঁৰ অপৰাধৰ সৈতে জড়িত থকা বুলি কোৱা হৈছে আৰু তেওঁ হৰিণৰ মাংস বিক্ৰী কৰাৰ লগতে পতিৰ  হৈ ধন সংগ্ৰহ কৰিছিল।

তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত এখন ফাৰ্ষ্ট ট্ৰেক আদালতে প’গাগক দোষী সাৱ্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ড বিহিছিল।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে।

ৰাজ্যখনত চোৰাং চিকাৰৰ কাৰ্যাৱলী চলি আছে যদিও তেওঁলোকৰ অপৰাধৰ বাবে দোষী সাৱ্যস্ত হোৱাৰ পাছতো বেছিভাগ চোৰাংচিকাৰীয়ে জামিন লাভ কৰে।

এগৰাকী বন বিষয়াৰ মতে এনেধৰণৰ কাৰ্য ৰোধ কৰিবলৈ তেওঁলোক কঠোৰ শাস্তি বিহা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd