DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাকিস্তানত বন্দী হৈ থকা সীমান্তৰ মুক্তি বিচাৰি মুখ্য মন্ত্ৰীলৈ পৰিয়ালৰ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2018 10:11 am
Untitled-1-copy-16-750x375

পাকিস্তানী নৌসেনাৰ হাতত বন্দী মেৰাপানীৰ সীমান্ত শইকীয়া।

388
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ মেৰাপানীৰ নৱগ্ৰাম গাঁৱৰ প্ৰদীপ শইকীয়াৰ পুত্র সীমান্ত শইকীয়া নামৰ বিবাহিত যুৱকজনক অন্ধ্ৰপ্ৰদেশৰ পাকিস্তান সীমান্তৱৰ্তী আৰৱ সাগৰৰ পৰা মাছমৰীয়া জাহাজসহ আন ২২ জন ভাৰতীয় লোকৰ সৈতে পাকস্তানী নৌ সেনাই আটক কৰি নিছিল।

উক্ত ঘটনাৰ বাৰদিন পাছতো পাকিস্তান চৰকাৰে মুক্তি নিদিয়াত সীমান্ত শইকীয়াৰ নৱ-বিবাহিতা পত্নী, পিতৃ-মাতৃ তথা পৰিয়াল ভীষণ উদ্বিগ্ন হৈ পৰিছে। এটি দুমহীয়া সন্তানৰ পিতৃ সীমান্তৰ পত্নী আৰু পিতৃ-মাতৃয়ে পাকিস্তানত কাৰাৰুদ্ধ হৈ থকা সীমান্তৰ অনিশ্চিত ভৱিষ্যতক লৈ ভাগি পৰিছে। ইপিনে, সীমান্তই বৰ্তমানলৈকে পুত্ৰৰ মুখ দেখা নাই।

উল্লেখযোগ্য যে আৰৱ সাগৰত মাছ মাৰিবলৈ যাওঁতে পাকিস্তানী নৌ সেনাই যোৱা ২৮ নৱেম্বৰত সীমান্তৰ লগতে আন ২২জনক আটক কৰি নিছিল। সীমান্তৰ পৰিয়ালে ঘটনাৰ বিষয়ে জানিবলৈ পোৱাৰ পাছতে এই সন্দৰ্ভত অসম চৰকাৰক অৱগত কৰে।

আনহাতে, যোৱা ৩ ডিচেম্বৰত পৰিয়ালৰ পালৰ পৰা পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন পত্ৰ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি সীমান্তৰ মুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইপিনে সীমান্তৰ পত্নী পূজা শইকীয়াই জানিবলৈ দিয়ে যে দৰিদ্ৰতা আৰু আৰ্থিক অনাটনৰ বাবেই তেওঁৰ স্বামী অন্ধ্ৰপ্ৰদেশৰ এটা কোম্পানীৰ তত্ত্বাৱধানত কাম কৰিবলৈ তালৈ গৈছিল। সীমান্তই ৬ মাহৰ পূৰ্বে ঘৰৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। স্বামী ঘৰৰ পৰা যোৱাৰ চাৰিমাহৰ পাছতে তেওঁলোকৰ সন্তানটিৰ জন্ম হয়।

আনহাতে, পত্নী পূজাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক অতি সোনকালে স্বামী সীমান্ত শইকীয়াক পাকিস্তানৰ পৰা মুকলি কৰি আনিবৰ বাবে আহ্বান জনাইছে।

Recent News

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd