• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিংবদন্তি গজল গায়ক পংকজ উধাসৰ ৭২ বছৰ বয়সত দেহাৱসান; শোকস্তব্ধ সংগীত জগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2024 5:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিংবদন্তি গজল গায়ক, বলীউদৰ নেপথ্য  কণ্ঠশিল্পী পংকজ উধাসৰ দেহাৱসান ঘটিছে। ৭২ বছৰ বয়সত গায়ক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বহুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে শিল্পীগৰাকীৰ কন্যা নায়াব উধাসে।

তেওঁ জনায়, “গভীৰ দুখেৰে আপোনালোকক জনাইছো যে পদ্মশ্ৰী শিল্পী পংকজ উধাসৰ ২৬ ফেব্ৰুৱাৰীত দেহাৱসান ঘটিছে।”

পংকজ উধাসে ৮০ৰ দশকটো অনুষ্ঠান, এলবাম, ছবিৰ গীতেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। ‘চান্দি জেয়ছা ৰং’, ‘না কাজৰে কি ধাৰ’, ‘দীৱাৰো সে মিল কৰ ৰোনা’, ‘আহিষ্টা’, ‘থোড়ি থোড়ি প্যাৰ কৰো’, নিক্লো না বেনাকব’— আদি পংকজ উধাসৰ বিস্ময়কৰ গজলে আজিও শ্ৰোতাৰ হৃদয় উদ্বেলিত কৰি তোলে।

Apply Now

লগতে পঢ়কঃ হাই এলাৰ্ট জাৰি; বৃহৎ আন্দোলনৰ ঘোষণা কৃষকৰ, ট্ৰেক্টৰ মাৰ্চৰ সিদ্ধান্ত সংযুক্ত কিষাণ মৰ্চাৰ

তেওঁৰ কৃতিত আছে ‘নশা’, ‘পয়মানা’, ‘হছৰত’, ‘হামছফৰ’ আদিৰ দৰে কেইবাটাও বিখ্যাত এলবাম।

গায়কগৰাকীৰ কন্যা নায়েবে ইনষ্টাগ্ৰামত লিখিছে, “মই অতিশয় দুখী আৰু এইটো একেবাৰে বিধ্ৱংসী! তেওঁৰ আত্মাই শান্তি লাভ কৰক। মই জানো কোনো শব্দই ইয়াক সান্তনা দিব নোৱাৰে, অৱশ্যে মই প্ৰাৰ্থনা কৰোঁ যে সৰ্বশক্তিমানে আপোনাৰ পৰিয়ালক শ্ৰী উধাছজী #TheEndOfAnEra ৰ অপূৰণীয় ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি দিয়ক”।

বলীউডৰ কণ্ঠশিল্পী চনু নিগমেও নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত  প্ৰবীণ গায়কগৰাকীৰ প্ৰয়াণত শোক প্ৰকাশ কৰে। “মোৰ শৈশৱৰ এটা গুৰুত্বপূৰ্ণ অংশ আজি হেৰাই গল।পংকজ উধাস জী, মই আপোনাক চিৰদিনৰ বাবে মিছ কৰিম। আপুনি আৰু নাই বুলি জানি মোৰ হৃদয়খনে কান্দি উঠিছে। তাত থকাৰ বাবে ধন্যবাদ। ওম শান্তি।” 

লগতে পঢ়কঃ ৰাঁচী টেষ্টতো পৰাজিত চাহাবৰ দল ইংলেণ্ড; যুৱ শক্তিৰ পৰাক্ৰমেৰে ছিৰিজ দখল টীম ইণ্ডিয়াৰ

এই কিংবদন্তি গায়কজনৰ বিদায়ৰ মুহূৰ্তত তেওঁৰ সুন্দৰ কণ্ঠ, আত্মাক আলোড়িত কৰা গজল, আমাৰ জীৱনত তেওঁৰ প্ৰভাৱৰ কথা মনত পেলাবলৈ এটা মুহূৰ্ত আহি পৰিছে। পংকজ উধাসে হয়তো এই পৃথিৱী এৰি গৈছে, কিন্তু তেওঁৰ সংগীতে সুখ-দুখৰ সময়ত আমাৰ হৃদয়লৈ সদায় সান্ত্বনা কঢ়িয়াই আনিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd