• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমলিন জুবিন! জন্মদিনত অনুৰাগীৰ ‘হিয়াৰ কোণ’ত উফন্দি উঠিল স্মৃতি ‘নিয়ৰৰে চেঁচা টোপাল’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 12:13 pm
117
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভালপোৱা, আৱেগ আৰু বেদনা-বিধূৰ পৰিৱেশৰ মাজতে কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন। ক্ৰান্তদৰ্শী শিল্পীগৰাকীৰ অকাল মৃত্যুৰ পিছত তেওঁৰ প্ৰথম জন্মদিনটো উপলক্ষে যোৱা মাজনিশা কাহিলীপাৰাত থকা তেওঁৰ বাসগৃহত অনুৰাগীয়ে ভিৰ কৰে।

জুবিনৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে অনুৰাগী, বন্ধু-বান্ধৱী, পৰিয়ালৰ আন্তৰিক মৰম আৰু স্মৃতিচাৰণৰ জোৱাৰ।

Apply Now

মাজনিশা জন্মদিনৰ কেক কটা অনুষ্ঠানৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি ঘৰৰ বাহিৰত সমবেত হৈছিল বৃহৎ সংখ্যক অনুৰাগী।

আৱেগে বিহ্বল হৈ জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অনুৰাগীৰ সৈতে উদযাপনৰ বাবে বাহিৰলৈ ওলাই আহিল।

অনুৰাগীয়ে আৱেগিক হৈ জুবিনৰ গীত গাই জুবিন সংগীতৰ মায়াজালত আৱদ্ধ হৈ পৰে। শিল্পী মানস ৰবিন আৰু অজয় ​​ফুকনেও মাজনিশা যোগদান কৰি তেওঁৰ বাবে কেক কাটি এই উদযাপনত অংশ লয়।

মানস ৰবিনে লগতে ঘোষণা কৰে যে জুবিন গাৰ্গৰ জন্মদিনৰ উপহাৰ হিচাপে “অমৰ জুবিন, প্ৰাণৰ জুবিন” শীৰ্ষক গীত এটা মুকলি কৰা হ’ব। আনকি কিছুমানে গীটাৰৰ আকৃতিৰ ডিজাইন কৰা কেকও লৈ আহিছিল।

পুৱাৰ পৰাই সোণাপুৰ ডিমৰীয়াবাসীয়ে তেওঁলোকৰ হাৰ্টথ্ৰবক সন্মান জনাই কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ ভিতৰত আছে ৰক্তদান অভিযান, ১০০ টা নাহৰ পুলি ৰোপণ, নাম কীৰ্তন, ভাওনাৰ প্ৰদৰ্শনৰ লগতে অন্যান্য সাংস্কৃতিক অনুষ্ঠান।

আনহাতে, জুবিনৰ জন্মদিনৰ প্ৰাক সন্ধ্যাটোত দীঘলীপুখুৰী পাৰত সচেতন নাগৰিকৰ উদ্যোগত আয়োজন কৰা হয় প্ৰকৃতিপ্ৰেমী জুবিনৰ নামত উৎসৰ্গিত এটি অনুষ্ঠান। জুবিন গাৰ্গৰ প্ৰকৃতিৰ প্ৰতি থকা মৰম, বিশেষকৈ গছ-গছনি সংৰক্ষণৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ, দায়বদ্ধতা আৰু স্থিতিক তুলি ধৰি মহেশ ডেকাই নিৰ্মাণ কৰা এখনি চুটি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

কেইবাগৰাকীও শিল্পীয়ে এই অনুষ্ঠানত গীত পৰিৱেশন, কবিতা পাঠ আদি কৰাৰ লগতে জুবিনৰ আদৰ্শ প্ৰতিফলিত কৰা এখন বাটৰ নাটো প্ৰদৰ্শন কৰে।    

জুবিন গাৰ্গ অবিহনে এই প্ৰথম জন্মদিনটো সমগ্ৰ অসম আৰু লগতে বাহিৰৰ সকলো অনুৰাগীয়ে আৱেগিকভাৱে উদযাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd