• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকে মানি নল’লে কেন্দ্ৰৰ এম এছ পিৰ প্ৰস্তাৱ; বুধবাৰৰ পৰা পুনৰ “দিল্লী চলো”

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 20, 2024 7:49 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ নূন্যতম সমৰ্থন মূল্য বা শস্যৰ বাবে এম এছ পিৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰতিবাদকাৰী কৃষকসকলে। পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু সীমান্তৱৰ্তী অঞ্চলত এখন সংবাদমেলত কৃষকসকলে কয় যে চৰকাৰৰ এই প্ৰস্তাৱত তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত নহয়।

কৃষকসকলে কয় যে “চৰকাৰৰ পৰা অহা প্ৰস্তাৱ আমি নাকচ কৰিছো। ইয়াৰ দ্বাৰা কৃষকসকলৰ কোনো লাভ নহ’ব। কৃষকৰ ওপৰত লুণ্ঠন অব্যাহত থাকিব। চৰকাৰৰ উদ্দেশ্য সঠিক নহয়। যদি কৃষকক প্ৰতিবাদ কৰিবলৈ দিয়া নহয়, তেন্তে ই দেশৰ গণতন্ত্ৰৰ বাবে এক ডাঙৰ ভাবুকি।” ইয়াৰ ফলত বুধবাৰৰ পৰা (২১ ফেব্ৰুৱাৰী) দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত পুনৰ কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি, চৰকাৰক পুৰণি নূন্যতম সমৰ্থন মূল্যত মাত্ৰ তিনি প্ৰকাৰৰ দালি, কুঁহিয়াৰ আৰু কপাহ ক্ৰয় কৰাৰ নিশ্চয়তা দিবলৈ কোৱা হৈছিল। চৰকাৰে এই ব্যৱস্থা আগন্তুক পাঁচ বছৰলৈ অব্যাহত ৰাখিবলৈ সন্মত হয়। কিন্তু, চৰকাৰৰ এই প্ৰস্তাৱ নাকচ কৰিলে কৃষকসকলে।

Apply Now

লগতে পঢ়কঃ ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কানহাইয়া কুমাৰকে ধৰি ১০ জন কংগ্ৰেছ নেতাক চমন জাৰি অসম আৰক্ষীৰ CID বিভাগৰ

তেওঁলোকে স্পষ্ট কৰি দিছে যে তেওঁলোকে ২৩ বিধ শস্যৰ ওপৰত এম এছ পি বিচাৰে। শম্ভু সীমান্তৰ কৃষক নেতা সৰৱান সিং পাণ্ডেৰ মতে চৰকাৰৰ এই প্ৰস্তাৱ তেওঁলোকৰ বাবে গ্ৰহণযোগ্য যেন নালাগিল। বুধবাৰৰ পৰা প্ৰতিবাদী কৃষকসকলে পুনৰ আৰম্ভ কৰিব দিল্লী অভিমুখে শান্তিপূৰ্ণ পদযাত্ৰা।

কৃষকসকলে চৰকাৰক কোনো প্ৰস্তাৱ দিয়া নাই বুলিও তেওঁ কয়। ২১ তাৰিখে দিল্লীলৈ যাব। অৱশ্যে সীমান্ত অঞ্চলত দিল্লী আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ভংগ কৰাৰ কোনো পৰিকল্পনা নাই কৃষকসকলৰ।

দেওবাৰে কেন্দ্ৰ আৰু কৃষকৰ মাজত চতুৰ্থ ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰই নূন্যতম সমৰ্থন মূল্যত দালি, কুঁহিয়াৰ আৰু কপাহ ক্ৰয় কৰাৰ পাঁচটা পৰিকল্পনা দাঙি ধৰে। বৈঠকৰ অন্তত কৃষকসকলে জনায় যে চৰকাৰৰ এই প্ৰস্তাৱ বিবেচনা কৰিবলৈ দুদিন সময় লৈছে। এই দুদিনৰ বাবে বন্ধ থাকিব ‘দিল্লী চালো’ অভিযান।

লগতে পঢ়কঃ মঙল গ্ৰহলৈ যাব ভাৰতৰ ড্ৰ’ন : পৰিকল্পনা ইছৰোৰ 

সোমবাৰে ইউনাইটেড ফাৰ্মাৰ্ছ মৰ্চাৰ (অৰাজনৈতিক) নেতা জগজিৎ সিং দলেৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে পাম তেল আমদানি কৰাত ১.৭৫ লাখ কোটি টকা ব্যয় কৰে। এই ধন যদি তৈলবীজ উৎপাদনৰ বাবে আবণ্টন দিয়া হয় তেন্তে ইয়াৰ দ্বাৰা কৃষকসকলৰ যথেষ্ট উপকাৰ হ’ব। কৃষক নেতাগৰাকীয়ে লগতে কয় যে আপাততঃ চৰকাৰৰ সৈতে সাক্ষাৎ কৰাৰ কোনো পৰিকল্পনা তেওঁলোকৰ নাই। কিন্তু আলোচনা কৰিবলৈ তেওঁলোক সদায় সাজু। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd