• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনৰ ফলত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত খেতিপথাৰত নষ্ট হৈছে কৃষকৰ শস্য

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 6, 2020 10:43 pm
Nagaon Story

নগাঁৱৰ খেতিয়কৰ পথাৰৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষক সকলে নিজৰ উৎপাদিত সামগ্ৰী শাক-পাচলি বিক্ৰী কৰিব নোৱাৰাৰ বাবে হতাশাত ভূগিব লগা হৈছে।

নগাঁৱৰ বিভিন্ন প্ৰান্তত থকা বহু কৃষকে চৰকাৰী চাকৰি নাপায় পোন প্ৰথম বাৰৰ বাবে নিজৰ পথাৰৰ মাটিত উন্নত পদ্ধতিৰে কোমোৰা, জলকীয়া, জিকা, ভেণ্ডি, টিয়হ আদিৰ খেতি কৰিছিল। অতি কষ্টৰে কৰা এই খেতি সমূহত উৎপাদন সন্তোষজনক আছিল যদিও সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰে। যাৰ বাবে ভাৰত চৰকাৰে সমগ্ৰ দেশত ২১ দিনৰ বাবে ল’কডাউন ঘোষণা কৰে।

Apply Now

এই সময়ছোৱাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত এই কৃষক সকলৰ  উৎপাদিত সকলো কৃষি সামগ্ৰী পথাৰতে গেলি যোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ কোমোৰা চাঙত কোমোৰা লাগি চাঙ সমূহ ভাঙি যোৱাৰ উপক্ৰম হোৱাত উৎপাদিত কোমোৰা সমূহ চিঙি কৃষক সকলে পেলাই দিব লগা হৈছে।

ঠিক সেইদৰে আন উৎপাদিত সামগ্ৰী সমূহৰ একেই অৱস্থা। এনে ক্ষেত্ৰত নগাঁৱৰ বিভিন্ন প্ৰান্তত থকা কৃষক সকলৰ লগতে কৃষ্ণ, তপন, নয়ন, পলাশ, ডিম্বেশ্বৰ আদি কৃষক সকলে চৰকাৰী  চাকৰি নাপায় নিজৰ খেতি মাটি ডৰাত নিজৰ উপাৰ্জনৰ সপোন দেখিছিল।

এনে সময়ত ক’ৰ’না ভাইৰাচৰ বাবে সমগ্ৰ ৰাজ্যৰ বজাৰ বন্ধ হোৱাত এনেদৰে কৃষকৰ সপোন চুৰমাৰ হৈ পৰিছে।

ইফালে, জানিব পৰা মতে কিছুমান এলেকাত ক’ৰ’না ভাইৰাচৰ আক্ৰান্তৰ সন্দেহত কোৱাৰেণ্টাইন চলি থকাৰ বাবে সেই এলেকাৰ কৃষি সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

এনেক্ষেত্ৰত আন এলেকাৰ কৃষক সকলে প্ৰশাসনৰ অনুমতি থকা গেলামালৰ দোকানৰ জৰিয়তে এই কৃষি সামগ্ৰী বিক্ৰী কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

এইক্ষেত্ৰত ক’ৰ’না ভাইৰাচৰ সমস্যা অসমত একেবাৰে নাইকিয়া হোৱাৰ পিছতহে কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰী সুস্থিৰ হ’ব। ভয়াবহভাৱে সমস্যাত ভোগা এই কৃষক সকলে বৰ্তমান সময়ত ব্যাপক অৰ্থ সংকটত ভোগাও পৰিলক্ষিত হৈছে।

ইফালে, বৰ্তমান সময়ত বড়োধানৰ খেতিৰ সময়। এই সময়ছোৱাত বহু কৃষকে বড়োধানৰ খেতি কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। এনে সময়ত বড়োধানৰ খেতিয়ক সকলে খেতিত উপযুক্ত সময়ত, সাৰ, ঔষধ প্ৰয়োগ কৰিবৰ নোৱাৰা বাবে খেতি সমূহ নষ্ট হৈ পৰিছে। এই বিষয়টো জিলা কৃষি বিষয়াই গুৰুত্বসহকাৰে লৈ কৃষক সকলক নিজ এলেকাত সাৰ, ঔষধ কিনিব পৰা ব্যৱস্থা কৰিবলৈ কৃষক সকলে দাবী জনাইছে।

Tags: COVID-19
ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd