DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষকৰ সন্তানে লাভ কৰিলে হাইমাদ্ৰাছাত প্ৰথম স্থান; বৰপেটাৰ ধকুৱাত আনন্দৰ জোৱাৰ

পুলেন্দ্র দাস by পুলেন্দ্র দাস
June 6, 2020 1:11 pm
642
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ফলাফল ৷

ঘোষিত ফলাফল অনুসৰি হাইমাদ্ৰাছাত প্ৰথম স্থান লাভ কৰে বৰপেটা চহৰৰ সমীপৰ ধকুৱাৰ ইয়ামিন আলীয়ে ৷

খেতি কৰি আৰু পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কৰম আলীৰ দ্বিতীয় সন্তান ইয়ামিন আলীৰ এই সফলতাত অঞ্চলটোত এক আনন্দৰ বন্যা বয় ৷

ইয়ামিন আলীয়ে ৫৫৮ নম্বৰ লাভ কৰি এই সফলতা অৰ্জন কৰে ৷

ভবিষ্যতে এগৰাকী সমাজকৰ্মী হ’ব বুলি নিজৰ পৰিকল্পনা ব্যক্ত কৰিছে ইয়ামিনে ৷

আৰ্থিক দীনতাই একপ্ৰকাৰ কোঙা কৰা পৰিয়ালটোৰ সদস্য ইয়ামিন আলীৰ পঢ়া শুনাত যাতে ভবিষ্যতে হেঙাৰ সৃষ্টি নহয় তাৰবাবে ৰাজ্য চৰকাৰৰ লগতে সাংসদ আৰু স্থানীয় বিধায়কৰ সহায় বিচাৰিছে ইয়ামিনৰ পিতৃ মাতৃ ক্ৰমে কৰম আলী আৰু গনৱাৰা খাতুনে ৷

উল্লেখ্য যে আজি ফলাফল ঘোষণা কৰা অসম হাই মাদ্ৰাছা পৰীক্ষাত সৰ্ব মুঠ ৯৩৪৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৭১২ গৰাকী পৰীক্ষাৰ্থী।

সেইদৰে, দ্বিতীয় বিভাগত ২৬৩৯ গৰাকী আৰু তৃতীয় বিভাগত ২৬০০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

এই পৰীক্ষাত সৰ্বমুঠ ৫৯৫১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

মুঠ উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ। ইয়াৰে ৬৫.২৫% শতাংশ ছাত্ৰ আৰু ৬২.৬২% শতাংশ ছাত্ৰী।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd