• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপ্ৰতিৰোধ্য দেশৰ কৃষক বিদ্ৰোহ : টোল গেট বন্ধ কৰিলে বিদ্ৰোহী কৃষকে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2020 3:06 pm
index.jpga
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা পষেকৰ পিছতো থমা নাই দেশৰ কৃষক বিদ্ৰোহ। বৰং দিন অতিক্ৰম কৰাৰ সমান্তৰালভাৱে নতুন নতুন কৌশলেৰে নৰূপত সংগঠিত হৈছে দেশৰ কৃষক বিদ্ৰোহে।

বিদ্ৰোহী কৃষক সংগঠনসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ পাঁচ লানিকৈ আলোচনা ব্যৰ্থ হোৱাৰ পিছতে যোৱা ৮ ডিচেম্বৰত কৃষক সংগটনসমূহে ভাৰত বন্ধৰ আহ্বান জনাইছিল।

Apply Now

ভাৰত বন্ধ সফল হোৱাৰ পিছত সেইদিনাই সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজ চৰকাৰী বাসগৃহত কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল। সেই আলচোনাও ব্যৰ্থ হয়।

সেই আলোচনা ব্যৰ্থ হোৱাৰ পিছতে কৃষক সংগঠনসমূহে পুনৰ আন্দোলনৰ নতুন সূচী ঘোষণা কৰে।

এই সূচী অনুসৰি কৃষক সংগঠনসমূহে দেশৰ জনগণক ১২ ডিচেম্বৰত দেশজুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট বন্ধ কৰাৰ লগতে দিল্লী-জয়পুৰ এক্সপ্ৰেছ হাইৱে অৱৰোধ কৰাৰ কথা ঘোষণা কৰিছিল।

বিদ্ৰোহী কৃষক সংগঠনসমূহৰ এই আহ্বানৰ প্ৰতি সহাঁৰি জনায় দেশৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত টোলগেটসমূহক বিদ্ৰোহী কৃষকে বন্ধ কৰি তোলা পৰিলক্ষিত হয়।

হাৰিয়ানাৰ কৃষকসকলে ১২ ডিচেম্বৰ(আজি)ত আম্বালা আৰু কৰ্ণালৰ টোল গেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।

“যোৱা নিশাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা বাহনসমূহে টোলগেটত কৰ দিয়া নাই। বহু কৃষকে আহি টোল গেটত কৰ সংগ্ৰহত বাধা আৰোপ কৰাৰ ফলত টোলগেট বন্ধ হৈ আছে। আমি কোনো খবৰ লাভ কৰা নাই কৃষকসকলে কিমান সময় টোলগেট বন্ধ কৰি ৰাখে। তথাপিও আমি আশা কৰিছো আজি মাজ নিশা তেওঁলোকে টোলগেটসমূহ তেওঁলোকৰ কব্জাৰ পৰা মুক্ত কৰি দিব।” আম্বালাৰ চাম্ভু টোলগেটৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবি তিৱাৰীয়ে কয়।

ইফালে বিদ্ৰোহী কৃষকসকলে কৰ্ণালৰ টোলগেটো সম্পূৰ্ণ বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে।

শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী জয়পুৰ এক্সপ্ৰেছ হাইৱে সম্পূৰ্ণৰূপে অৱৰোধ কৰি ৰাখিছে প্ৰতিবাদকাৰী কৃষকসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am
একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

October 20, 2026 7:01 am
বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd