• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বকাপৰ সময়ত অভিনেত্ৰী অনুষ্কাৰ সৈতে কি কৰিছিল ভাৰতীয় দলৰ নিৰ্বাচকে, মুখ খুলিলে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে

টীম ইণ্ডিয়াৰ নিৰ্বাচক কমিটিক চোকা সমালোচনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 1, 2019 12:50 pm

2 min read

Biruska

বিৰুষ্কা

67k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক কমিটিৰ সমালোচনাত মুখৰ হৈ পৰিছে প্ৰাক্তন উইকেটকীপাৰ বেটছমেন ফাৰুক ইঞ্জিনিয়াৰ।

ফাৰুক ইঞ্জিনিয়াৰে এম এছ কে প্ৰসাদ নেতৃত্বাধীন নিৰ্বাচক কমিটিক ভালেমান প্ৰশ্নৰে চোকা সমালোচনা কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সক্ষাৎকাৰত প্ৰাক্তন উইকেটকীপাৰ গৰাকীয়ে ভাৰতীয় দলৰ নিৰ্বাচক কমিটিক ‘মিকি মাউচ নিৰ্বাচক কমিটি’ আখ্যা দিয়ে।

বিশ্বকাপৰ সময়ত ভাৰতীয় দলৰ নিৰ্বাচক সকলে বিৰাট কোহলীৰ পত্নী তথা বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাক চাহৰ কাপ যোগান ধৰি থকা বুলিও তেওঁ কটাক্ষ কৰে।

Biruska

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ এই মন্তব্যৰ পাছতে অনুষ্কা শৰ্মাই টুইটাৰ যোগে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি সদায় তেওঁৰ নাম ভাৰতীয় ক্ৰিকেটৰ বিতৰ্কৰ সৈতে সাঙুৰা হয় বুলি কয়।

কি কৈছিল ফাৰুক ইঞ্জিনিয়াৰে?

ফাৰুক ইঞ্জিনিয়াৰে কৈছিল ‘‘আমাৰ মিকি মাউচ নিৰ্বাচক কমিটি আছে। দল নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকৰ কথা কোনেও নুশুনে কিয়নো এইক্ষেত্ৰত বিৰাট কোহলীৰ কথাহে গ্ৰহণ কৰা হয়’’।

‘‘আমাৰ নিৰ্বাচক সকলৰ যোগ্যতা কি? সকলোৱে মিলি ১০-১২ খন টেষ্টো খেলা নায়,’’ ৮২ বছৰীয়া খেলুৱৈ গৰাকীয়ে পুনৰ কয়।

virushka-looked-

বিশ্বকাপৰ সময়ত ভাৰতীয় দলৰ নিৰ্বাচক সকলে অনুষ্কা শৰ্মাৰ ওচৰে পাজৰে থাকি অভিনেত্ৰীগৰাকীক চাহৰ কাপৰ যোগান ধৰি আছিল বুলিও প্ৰাক্তন খেলুৱৈগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিশ্বকাপত ভাৰত পৰাস্ত হোৱাৰ পাছতে মুখ্য দল নিৰ্বাচক এম এছ কে প্ৰসাদৰ যোগ্যতা সম্পৰ্কত ভাৰতত যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছিল।

Recent News

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd