• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহাসিক ফাট বিহু; বিহু নামেৰে উদুলি মদুলি ম’হঘুলি চাপৰি

NE NOW NEWS এন ই নাও নিউজ
ঢকুৱাখানা , May 11, 2019 11:10 am

2 min read

Flag hoisting ceremony during celebrate Phaat Bihu at Dhakuakhana on 10-05-19, the most famous and historic Bihu of the greater area at Mohghuli Chapari from today .pix by ub photos

ফাট বিহুত পতাকা উত্তোলনৰ সময়ত।

656
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবছৰে অনুষ্ঠিত হৈ থকা ঢকুৱাখানাৰ ঐতিহাসিক ফাট বিহু এইবাৰো প্ৰতিকূল বতৰক নেওচি শুকুৰবাৰৰ পৰা উলহ-মালহেৰে আৰম্ভ হয়। বিহুৰ লগত সংগতি ৰাখি ফাট বিহু চাবলৈ যোৱা অতিথি সকলক আদৰিবলৈ ঢকুৱাখানা বাসীয়ে বিধে বিধে পিঠা-পনা, দৈ, জলপান আদি সাজু কৰি থৈছে।

এতিয়া ঢকুৱাখানাৰ মহঘুলি চাপৰিত কেবল বিহু গীত আৰু বিহুৰ উন্মাদনা। শুকুৰবাৰে পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ফাট বিহু সমিতিৰ সভাপতি প্ৰদীপ চামুৱাই। ফাট বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মঞ্চ বিহু, টকা বিহু, চেমনীয়া বিহু হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে ক্ৰমে ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ গিৰীণ গগৈ, নীলাক্ষি দিহিংগীয়া দাস আৰু মাজুলীৰ কোষাগাৰৰ ভাৰপ্ৰাপ্ত গাণনিক পৱিত্ৰ মেধিয়ে।

10-05-19 Dhakuakhana- Faat bihu (4)
ফাট বিহুত নাচনি

শনিবাৰে ৰাতিপুৱা কপৌফুল আৰু বৃক্ষৰোপন কাৰ্যসূচীৰে দিনটোৰ অনুষ্ঠান মুকলি হোৱাৰ পাছত গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পূৰ্ণবয়স্ক হুঁচৰি বিহু উদ্বোধন কৰে জ্যোতি চিত্ৰবনৰ পৰিচালনা সমিতিৰ সদস্য ডাঃ ভূপেন কামানে।

আনহাতে, ফাট বিহুৰ লগত সংগতি ৰাখি প্ৰতিবছৰে প্ৰকাশ কৰি অহা ফাট বিহুৰ বছৰেকীয়া প্ৰকাশ ‘বিহুৱান’ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপক ড০ জ্যোতিপ্ৰসাদ শইকীয়াই।

উল্লেখযোগ্য যে, প্ৰতিবছৰে বহাগ মাহৰ শেষৰ ফালে ঢকুৱাখানাত ফাট বিহু উদযাপন কৰি অহা হৈছে। ফাট বিহুত বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহুৰ পৰিবেশনে সমগ্ৰ অঞ্চলটোক জাতি-জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত কৰে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd