• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিশ হাজাৰ টকাত নিজ সন্তানক বিক্ৰী কৰি ৰঙাঘৰলৈ পাষাণ পিতৃ

সমাজক কলুষিত কৰা এনে ব্যক্তিৰ ফাঁচীৰ দাবী সচেতন মহলৰ

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
October 10, 2021 6:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন পাষাণ পিতৃয়ে ত্ৰিশ হাজাৰ টকাত বিক্ৰী কৰিলে নিজৰে দুটি সন্তানক ৷ নিজৰ জী আৰু পুত্ৰ সন্তানক গহপুৰত বিক্ৰী কৰিলে নগাঁৱৰ ছাহিদুল ইছলাম নাম ব্যক্তিজনে ৷বৰ্তমান ৰঙাঘৰত ধৃত ছাহিদুল ৷

ঘটনাৰ বিৱৰণী মতে, ছাহিদুল ইছলামে নিকাহ কৰিছিল বিশ্বনাথৰ জিনজিয়া থানাৰ অন্তৰ্গত পাভৈৰ দিৰিং পথাৰৰ খুন আলীৰ জীয়াৰীক ৷

Apply Now

প্ৰথমাৱস্থাত সংসাৰ ঠিকেই চলিছিল যদিও পিছলৈ ছাহিদুল ইছলামৰ বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি সন্তান কেইটিক বুকুত লৈ নিজ ঘৰলৈ গুচি আহিছিল ধৃত ছাহিদুলৰ পত্নী ৷

কিন্তু কিছুদিন পূৰ্বে আইতাৰ ঘৰত পঢ়া-শুনা কৰা ছাহিদুল ইছলামৰ এটি ছোৱালী এটা ল’ৰা সন্তানক ছাহিদুল ইছলামে ফুচুলাই নি বিক্ৰী কৰিলে গহপুৰত কোনো অচিনাকী লোকৰ হাতত ৷

অন্যহাতে,যোৱা ৬ অক্টোবৰত চতিয়া থানাৰ অন্তৰ্গত ভোজমাৰীৰ নেকবৰ আলী নামৰ এজন ব্যক্তিৰ তথ্যৰ ভিত্তিত ধৃত ছাহিদুল ইছলামে চতিয়া ছাইদুল ইছলাম নামৰ এজন ব্যক্তিৰ সহযোগত ৩০ হাজাৰ টকাত গহপুৰৰ কোনো অচিনাকী ব্যক্তিৰ হাতত বিক্ৰী কৰে শিশু দুটিক ৷

Latest News:অৱশেষত ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱা

সেই তথ্যৰ ভিত্তিত জিনজিয়া আৰক্ষীৰ সহযোগত চতিয়া আৰক্ষীয়ে শুক্ৰবাৰে আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা ছাহিদুল ইছলামক চতিয়াৰ ভোজমাৰীপৰা আটক কৰি বিশ্বনাথ কাৰাগাৰলৈ প্ৰক্ষেপ কৰে৷ইফালে,নিজ নাতি-নাতিনী হেৰুৱাই শোকত ভাগি পৰে আইতাকসহ স্থানীয় লোক ৷

স্থানীয় লোকৰ লগতে দল-সংগঠনৰ অভিযোগ,জিলাখনত সঘনাই সংঘটিত হৈ থকা শিশু,কিশোৰ-কিশোৰী, মহিলা নিৰুদ্দেহ হোৱাৰ ঘটনাৰ আঁৰত জড়িত এনে ধৰণৰ শিশু,মানৱ সৰবৰাহকাৰী দালাল চক্ৰক অতি ক্ষিপ্ৰতাৰে উৎখাত কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনায় ৷

লগতে নিৰুদ্দেশ হৈ থকা শিশুসকলক অতি সোনকালে উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ দাবী উত্থাপন কৰে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক ।

কাজী জেইদুল ইছলাম,বিশ্বনাথ

কাজী জেইদুল ইছলাম,বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd