• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2021 5:42 pm

1 min read

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ
177
VIEWS
Share on FacebookShare on Twitter

জল্পনা-কল্পনাৰ অন্তত মুকলি হ’ল মোবাইল গেইম ‘ফৌজি’। বৰ্তমান গুগ’ল প্লে ষ্টোৰত উপলব্ধ হৈছে ফৌজি গেইম।

জনপ্ৰিয় মোবাইল গেইম পাবজিৰ বিকল্প হিচাপে এনকোৰে ফৌজি মোবাইল গেইম প্ৰস্তুত কৰি উলিয়াইছে।

গণৰাজ্য দিৱসৰ দিনটোতে দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ফোজি মোবাইল গেইমটো গ্ৰাহক সকলৰ বাবে মুকলি কৰি দিয়া হয়।

ফোজি মোবাইল গেইম নিজৰ মোবাইলত উপলব্ধ কৰিব বিচৰা সকলে নিজৰ এনড্ৰইন ফোনৰ পৰা গুগল প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰিব।

ফোজি মোবাইল গেইমত পাবজিৰ নিচিনাকৈ বিভিন্ন অস্ত্ৰ ক্ৰয় কৰিব পাৰিব।

খেলুৱৈ সকলে খেলৰ মাজত উচ্চ প্ৰশিক্ষিত কামাণ্ডো নিয়োগ কৰিব পাৰিব।

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে অতি শীঘ্ৰে ভাৰতত থলুৱাভাৱে প্ৰস্তুত কৰি উলিওৱা ফৌজি মোবাইল গেইম মুকলি কৰা হ’ব বুলি মন্তব্য কৰিছিল।

গলৱান উপত্যকাত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ পাছতে অক্ষয় কুমাৰে ফৌজি মোবাইল গেইম মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছিল।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd