• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমে ফেচবুকত প্ৰেম তাৰ পাছত বিবাহ শেষত মৃত্যু লক্ষ্মীৰ- উত্তপ্ত মাৰ্ঘেৰিটাৰ লেখাপানী

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
August 17, 2018 7:46 pm
dc-Cover-pvni2mn785olqgjqjrvng2cvb5-20180320154945.Medi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে ফেচবুকত প্ৰেম তাৰ পাছত বিবাহ শেষত মৃত্যু এগৰাকী নবিবাহিতা যুৱতীৰ। এই ঘটনাৰ পাছতেই মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যোৱা ১০ আগষ্ট তাৰিখে স্বামীগৃহত বিষাক্ত কীটনাশক সেৱন কৰি এগৰাকী নৱ বিবাহিতাই কালি মৃত্যু বৰণ কৰা ঘটনাক কেন্দ্ৰ কৰি আজি তিনিচুকীয়া জিলাৰ লেখাপানী উত্তপ্ত হৈ পৰে। স্বামী আৰু শাহুৱেকৰ নিৰ্যাতনৰ বাবেই নববিবাহিতা গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পিতৃগৃহৰ লোকে।

জানিব পৰা মতে ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা মাৰ্ঘেৰিটাৰ পাৱৈ বনগাঁৱৰ লক্ষ্মী ছেত্ৰী (২০) নামৰ যুৱতীগৰাকী আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে লেখাপানী থানাৰ অন্তৰ্গত কঠাপাশা গাঁৱৰ অংকিত ছেত্ৰী(২৫)ৰ সৈতে বিবাহ পাশৰ আৱদ্ধ হৈছিল। বিবাহৰ পাছৰে পৰা নৱ দম্পতীৰ মাজত সৃষ্টি  হয় তীব্ৰ সংঘাত। ইয়াৰ পাছতে যোৱা ১০ আগষ্টত স্বামীগৃহত বিষাক্ত কীটনাশক দ্ৰৱ্য সেৱন কৰি গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰে লক্ষ্মী। পিছত ন-বোৱাৰীগৰাকীক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুদিনৰ পিচত চিকিৎসকে তিনিচুকীয়ালৈ স্থানান্তৰ কৰে।

Apply Now

তাৎপৰ্যপূৰ্ণভাৱে স্বামীৰ পৰিয়ালে সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি থকা লক্ষ্মীক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ নিয়াৰ পৰিৱৰ্তে মাৰ্ঘেৰিটাৰ এখন নাৰ্ছিং হোমত ভৰ্তি কৰে।

ইপিনে উন্নত চিকিৎসাৰ অভাৱত লক্ষ্মীৰ কালি মৃত্যু হোৱাৰ পিছতে আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

উল্লেখ্য যে লক্ষ্মীৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি আজি ন-বোৱাৰী গৰাকীৰ পৰিয়ালৰ লগতে গাঁৱৰ অৰ্ধ শতাধিক লোকে লেখাপানী থানাত এজাহাৰ দাখিল কৰি এই ঘটনাত স্বামী অংকিত আৰু শাহুৱেক সৰস্বতী দেৱী জড়িত থকাৰ অভিযোগ কৰে।

তাৰ পাছত স্বামী গৃহত উপস্থিত হৈ উত্তেজিত লোকসকলে স্বামী আৰু শাহুৱেকক জগৰীয়া কৰে। হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ সময়তে স্বামী অংকিতে এখন চোকা দা লৈ লক্ষ্মীৰ আত্মীয়সকলৰ ফালে খেদি আহে। এনে সময়তে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অভিযুক্ত অংকিত আৰু শাহুৱেক সৰস্বতী দেৱীক আটক কৰি থানালৈ লৈ আনে।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd