• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত গণ সংক্ৰমণৰ আশংকা! : কোৱাৰেন্টাইনত থকা লোকৰ মুক্ত বিচৰণ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
July 2, 2020 7:08 am
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড ১৯ গন সংক্ৰমণৰ আশংকাই সম্প্ৰতি গোৱালপাৰাবাসীক আতংকিত কৰি ৰাখিছে৷

শেহতীয়াকৈ জিলাখনৰ টুকুৰাৰ সুত্ৰধৰ পৰাৰ এটা পলিয়ালক জিলা প্ৰশাসনে হোম কোৱাৰেইন্টাইন কৰা পিছতো পৰিয়ালটোৰ লোকে মুক্ত ভাৱে বিচৰণ কৰি থকাৰ লগতে পৰিয়ালটোৰ দুজন সদস্য চলাই গৈছে হোটেলৰ ব্যৱসায়৷

Apply Now

এনে ঘটনাই শংকিত কৰি তুলিছে অঞ্চলবাসীক৷ জানিব পৰা মতে গুৱাহাটীৰ ধীৰেন পৰাত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কামকৰা জেৰিনা নাৰ্জাৰী নামৰ যুৱতী এগৰাকীয়ে গুৱাহাটীত স্বাৱ পৰীক্ষা কৰিবলৈ দি গোৱালপাৰাৰ টুকুৰ এটা ঘৰত আশ্ৰয় লৈছিল৷

পৰৰ্ৱতী সময়ত যুৱতী গৰাকী কোভিড ১৯ আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰি বিচাৰ খচাৰ কৰি আগিয়া আৰক্ষীৰ সহযোগত সোমবাৰে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷

ইফালে কোভিড ১৯ ত আক্ৰান্ত যুৱতী গৰাকী উক্ত পৰিয়ালটোত তিনি দিন অতিবাহিত কৰাৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলা প্ৰশাসনে পৰিয়ালটোক হোম কোৱাৰেইন্টাইন কৰাৰ নিৰ্দেশ দিয়ে৷

স্থানীয় ৰাইজে অভিযোগ কৰা মতে কোভিড১৯ আক্ৰান্ত যুৱতী গৰাকী আশ্ৰয় লোৱা ৰামকৃষ্ণ মণ্ডলৰ দেউতাকৰ সেই সময়তে মৃত্যু হোৱাত পৰিয়ালটোৰ সংস্পৰ্শ আহিছিল গাঁৱখনৰ বহু লোক  ইমান পিছতো প্ৰশাসনে মাত্ৰ ৰামকৃষ্ণ মণ্ডলৰ পৰিয়ালৰ স্বাৱ পৰীক্ষাৰ বাবে লৈ যায় আৰু পৰিয়ালটোক কোৱাৰেইন্টাইন কৰি দায়িত্বত সামৰে৷

স্থানীয় ৰাইজৰ অভিযোগ গাৱঁখনৰ অধিকাংশই কোভিড১৯ ৰ আক্ৰান্ত লোকৰ সংস্পৰ্শ অহাৰ পিছতো গাঁৱখন কন্টেইমেন জ’ন হিচাৱে ঘোষণা নকৰিলে৷

এই হোম কোৱাৰেন্টতাইন থকা পৰিয়ালটোৰ লগতে গাঁৱৰ সকলোৱে কৰি আছে মুক্ত বিচৰণ৷

আটাইটকৈ ভয়ংকৰ কথাটো হ’ল ৰামকৃষ্ণ মণ্ডলৰ দুজন সদস্যই এতিয়াও কৃষ্ণাই বজাৰত হোটেলৰ ব্যৱসায় কৰি আছে৷

গোৱালপাৰা জিলা প্ৰশাসনে সময়মতে বিহিত ব্যবস্থা গ্ৰহণ নকৰিলে গোৱালপাৰাতো আৰম্ভ হ’ব পাৰে কোভিড১৯ৰ গন সংক্ৰমণ ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd