• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰিসেৱা বাতিলত দুৰ্ভোগ উত্তৰ-গুৱাহাটীৰ ৰাইজৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 15, 2018 4:39 pm

1 min read

Ferry
197
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰি সেৱা বন্ধ থকা বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অসংখ্য যাত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে আজি অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ উত্তৰ পাৰৰ পৰা গুৱাহাটীত চাকৰি, ব্যৱসায় আৰু মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ক’ৰ্ট-কাছাৰীলৈ অহা বহু সংখ্যক লোক আজি নিজৰ কৰ্তব্যত উপস্থিত থকাত অসুবিধাৰ সন্মুখীন হয়।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপজ্জনক স্তৰলৈ বৃদ্ধি পোৱা বাবে আজি গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজৰ সকলো ফেৰিৰ চলাচল বন্ধ ৰাখিছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগে। যোৱা নিশা, অৰ্থাৎ ১৪ ছেপ্তেম্বৰৰ নিশা অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যুটীয়া সঞ্চালকে তাৎক্ষণিক সিদ্ধান্তেৰে আৰু লগে লগে কাৰ্য্যকৰী হোৱাকৈ এই নিৰ্দেশনটো দিছিল।

এই নিৰ্দেশৰ ফলত আজি দিনটোৰ বাবে বন্ধ হৈ আছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা সকলো ফেৰি।

মন কৰিব লগীয়া যে যোৱা ৫ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতে ভটভটীৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ কৰা হৈছিল। ইয়াৰ পিছত সীমিত ৰূপত থকা ফেৰিসেৱাই হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নদীপথেৰে যোগাযোগৰ একমাত্ৰ উপায়।

আনহাতে কাইলৈ এই ফেৰিসেৱা খুলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd