• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইটামান বিশেষ অনুৰোধ দেবব্ৰত শইকীয়াৰ

‘জৰুৰীকালীন ৰোগীক কোভিড পৰীক্ষা নকৰাকৈ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে’ দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2020 9:11 pm
WhatsApp-Image-2020-07-22-at-12.41.38-PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যৰ জিলা সমূহত থকা চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত যিবোৰ ৰোগীক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়, তেওঁলোকক যেন ক’ভিড পৰীক্ষা নকৰাকৈ ততাতৈয়াকৈ লাগতীয়াল চিকিৎসা প্ৰদান কৰা হয় যাতে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰাৰ সম্ভাৱনীয়তা বৃদ্ধি হয়।‘ নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত এইদৰে স্বাস্থ্য মন্ত্ৰীলৈ অনুৰোধ জনায় বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত এক ১২ পৃষ্ঠাৰ বিস্তৃত জাননী সমূহ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। বুলি তেওঁ ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীক উনুকিয়াই দিয়ে।

Apply Now

তেওঁ আৰু কয় ‘লকডাউনৰ সময়ৰ পৰাই আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাতৰি দেখিবলৈ পাইছোঁ, কেনেকৈ জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজনীয় ৰোগী সমূহক প্ৰথমতে ক’ভিড পৰীক্ষা কৰা হয় আৰু ফলাফল ঋণাত্মক অহাৰ পিছতহে তেওঁলোকক যাৱতীয় চিকিৎসা প্ৰদান কৰা হয়।‘

‘উদাহৰণস্বৰূপে বিশ্বনাথত এগৰাকী প্ৰসুতিয়ে ক’ভিড ৱাৰ্ডত যাৱতীয় চিকিৎসা প্ৰক্ৰিয়া অবিহনে শিশু প্ৰসৱ কৰাব লগীয়া হৈছে।‘ তেওঁ লগতে কয়।

সেয়েহে মন্ত্ৰীয়ে যেন ততাতৈয়াকৈ এনে ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষক দিবলৈ শইকীয়াই অনুৰোধ জনায়।

ইয়াৰোপৰি তেওঁ কয় ‘বিভিন্ন চিকিৎসালয়ত ৰোগীক অক্সিজেন মাস্ক দিবলৈ নাৰ্ছ বা চিকিৎসক মজুত নাই! এই অভিযোগ স্পষ্ট ভাৱে আহিছে শিলচৰ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় তথি বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা। যাৰ ফলত বহু কেইজন ৰোগী অনাহক মৃত্যুবৰণ কৰিব লগীয়া হৈছে। যিটোৱে স্বাস্থ্য বিভাগৰ অজুহাত তথা চিকিৎসা প্ৰদান কৰাত হোৱা বিজুতি সমূহ ৰাইজৰ আগত উদঙাই দিছে।‘

ইপিনে, স্বাস্থ্য বিভাগৰ ১০৪ হেল্পলাইন থকাৰ পিছতো টেলিমেডিচিন যোগান ধৰা তথা স্বাস্থ্য জনিত বাৰ্তা লাগতীয়াল ৰোগী তথা ব্যক্তিক অতিসহজে যোগান ধৰাত ব্যৰ্থ হৈছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

গতিকে এই সমূহ বিষয় সমূহ স্বাস্থ্য মন্ত্ৰীক বিবেচনা কৰি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ শইকীয়াই আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd