• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকসকলক কৃষি কাৰ্যৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে মৰিগাঁৱত ‘পথাৰ দিৱস’

by
November 25, 2020 7:36 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁৱত ‘পথাৰ দিৱস’। কৃষি আৰু কৃষকসকলক কৃষি কাৰ্যৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা কৃষকসকলৰ সহযোগত অলপতে জিলাখনৰ বানে জুৰুলা কৰা জুৰগাঁৱত এই দিৱস পালন কৰা হয়।

জিলা কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা ‘চাৱ ওৱান-১ ধানৰ বীজ ব্যৱহাৰ কৰি ফলপ্ৰসু উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছিল স্থানীয় খেতিয়কসকল। ধান উৎপাদনত বিঘাই প্ৰতি২৩/২৪ মোন ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে।

Apply Now

কৃষকৰ উৎপাদিত শস্য চপোৱা অৰ্থাত ধান কটা দৃশ্যও চৰজমিন পৰিদৰ্শন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া বৰ্গৰ লগতে জিলা জনসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা দিলীপ বৰুৱা, এ পি ডিচি এলৰ জিলা মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰদলৈ, জিলা কৃষি বিষয়া মধু ৰাম পাটিৰকৰে।

ধান কটা অনুষ্ঠানটোৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কাৰ্যসূচীৰ পিছতে এই দিৱসৰ সামৰণি পৰে।

কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা বীজ ব্যৱহাৰ কৰি কিদৰে খেতিয়কসকল অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব পাৰি সেই বিষয়ে অঞ্চলটোৰ শিক্ষিত তথা আদৰ্শ খেতিয়ক দেৱজিৎ বৰদলৈয়ে নৰ্থ-ইষ্ট নাওৰ আগত উল্লেখ কৰি কয় যে কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা বীজ ব্যৱহাৰ কৰি তেওঁ এইবাৰ প্ৰায় পোন্ধৰ বিঘা মাটিৰ পৰা আশা সুলভ উৎপাদন লাভ কৰিছে।

ইয়াৰ উপৰি অঞ্চলটোৰ গৰিষ্ঠসংখ্যক কৃষকেও এই বীজৰ খেতি কৰি লাভান্বিত হৈছে। য’ত পূৰ্ৱে তেওঁলোকে বিঘাই প্ৰতি ১৬/১৭ মোনকৈহে ধান উৎপাদন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ বাবে সাৰ,বীজ বিজ্ঞান কেন্দ্ৰই বিনামূলীয়াকৈ যোগান ধৰিছে যদিও খেতিয়কসকলে সন্মুখীন হৈ অহা সমস্যা সমূহ চৰকাৰে সমাধান কৰিলে নিশ্চিত ৰূপত বানপীড়িত জিলাখন কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ নৱপ্ৰজন্ম সকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উপৰি কৃষি অৰ্থনীতিৰ দিশত আৰু এখোজ ৰাজ্যখনে আগৱাই যাবলৈ সক্ষম হ’ব বুলিও খেতিয়ক বৰদলৈয়ে আশা প্ৰকাশ কৰিছে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ উক্ত অনুষ্ঠানত সমাজসেৱক অজিত ডেকা, খগেন চন্দ্ৰ বৰদলৈ, কৃষি বিজ্ঞানী সঞ্জু বৰগোঁহাই, সপ্তদিপা ভট্টাচাৰ্য আৰু পিংকি পাঠকৰ লগতে অঞ্চলটোৰ খেতিয়ক ৰাইজ উপস্থিত আছিল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd