• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বকাপ কোৱালিফায়িং : আজি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

সম্পূৰ্ণ পইণ্ট অৰ্জনৰ উদ্দেশ্যে খেলপথাৰত নামিব সুনীল চেত্ৰী বাহিনী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2019 8:19 am

1 min read

Indian Football
1.3k
VIEWS
Share on FacebookShare on Twitter

আজি ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ৰাউণ্ডৰ গ্ৰুপ ‘ই’ৰ এখন গুৰুত্বপূৰ্ণ মেচত ভাৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বাংলাদেশৰ বিৰুদ্ধে। কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত হ’ব এই বহু প্ৰতিক্ষিত মেচখন।

১০৩ নম্বৰ ফিফা ৰেংকিঙৰ অধিকাৰী ভাৰতৰ সন্মুখত ১৮৭ নম্বৰৰ বাংলাদেশ। বিশেষজ্ঞ সকলে ৰেংকিঙৰ দিশলৈ চাই ভাৰতকেই আজিৰ মেচখনৰ হট ফেভাৰিট হিচাপে আখ্যা দিছে।

চুবুৰীয়া ৰাষ্ট্ৰখনতকৈ ভাৰত শক্তিশালী যদিও প্ৰশিক্ষক ইগৰ ষ্টিমাকে প্ৰতিপক্ষক সহজভাৱে ল’ব বিচৰা নাই। সকলো খেলুৱৈয়ে যাতে গুৰুত্বসহকাৰে খেলি সম্পূৰ্ণ পইণ্ট অৰ্জনৰ চেষ্টা চলায় তাৰ প্ৰতিহে গুৰুত্ব দিছে প্ৰশিক্ষক গৰাকীয়ে।

ষ্টিমাকে কয় যে মেচত হট ফেভাৰিট বুলি কোনো কথা নাই, কিয়নো ইতিমধ্যে আমি এই কথা কাটাৰৰ বিৰুদ্ধে প্ৰমাণ কৰিছো।

সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব লগীয়া আজিৰ মেচখনত অধিনায়ক সুনীল চেত্ৰী আৰু উদান্ত সিঙৰ প্ৰদৰ্শন হ’ব গুৰুত্বপূৰ্ণ। সম্পূৰ্ণ পইণ্ট অৰ্জনৰ বাবে এই খেলুৱৈ দুজনে গ’ল কৰিবই লাগিব।

ইফালে আঘাতৰ বাবে আজিৰ মেচত অংশ ল’ব নোৱাৰে ডিফেণ্ডাৰ সন্দেশ জিংঘান। তেওঁৰ অনুপস্থিতিয়ে ভাৰতীয় দলক শলঠেকত পেলাব পাৰে বুলিও বিভিন্নজনে মন্তব্য কৰিছে।

উল্লেখ্য যে ভাৰতে ওমানৰ বিৰুদ্ধে ২-১ত পৰাস্ত আৰু কাটাৰৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ খেলি এক পইণ্টেৰে গ্ৰুপ ‘ই’ৰ চতুৰ্থ স্থানত আছে।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd